Rupaliparda.com
ৰূপালীপৰ্দাৰ জৰিয়তে অসমীয়া শিল্পীৰ আহ্বানঃ 1

ৰূপালীপৰ্দাৰ জৰিয়তে অসমীয়া শিল্পীৰ আহ্বানঃ

দেশত বৃদ্ধি হৈছে মৃত্যুৰ সংখ্যা। ক’ৰ’ণা ভাইৰাছৰ কবলত বৰ্তমান ৫০০ শতকৈও অধিক জন লোক। উপায়হীন প্ৰশাসন ব্যৱস্থা; কঠোৰতকৈ কঠোৰত শাস্তি দিছে এতিয়া “লক ডাউন” ৰ সময়ছোৱাত এনেই ৰাষ্টালৈ ওলাই অহা লোক সকলক। দেশক দূৰৱস্থাৰ পৰা বচাবলৈয়ে প্ৰধানমন্ত্ৰীয়ে এপ্ৰিলৰ ১৪ তাৰিখ পৰ্যন্ত “লক ডাউন” ঘোষণা কৰিছে। এইখিনিতে সাধাৰণ ৰাইজৰ লগতে বিভিন্ন ক্ষেত্ৰৰ শিল্পী সকলে নিজক আৱদ্ধ কৰি ৰাখি এগৰাকী সচেতন নাগৰিকৰ পৰিচয় দিছে। বলীউড চিলেব্ৰেটীয়ে বিভিন্ন ধৰণে চচিয়েল মিডিয়াত একটিভ হৈ তেওঁলোকে কোনটো মূহুূৰ্তত কি কৰিছে সেই আটাইৰে আপডেট সমূহ নিজ নিজ অনুৰাগীক দি আছে। য’ত পাপন আৰু মহালক্ষ্মী আয়াৰে আৰম্ভ কৰিছে অনলাইন গান গোৱা খেল; তাতেই আকৌ দীপিকা ৰণৱীৰে একেলগ “কোৱালিটী টাইম” কটাইছে।

ৰূপালীপৰ্দাৰ জৰিয়তে অসমীয়া শিল্পীৰ আহ্বানঃ 2


এইবোৰৰ মাজতে, অসমীয়া কিছু শিল্পীয়ে দৰ্শকলৈ প্ৰেৰণ কৰিছে এক বাৰ্তা; জনসাধাৰণক সজাগ-সচেতন হৈ থকাৰ বাবে কৰিলে আহ্বান। ৰিংকু প্ৰিয়ম, বাবন বৰ্ণিল, কৰৱী শৰ্মা, দীপজ্যোতি মহন্ত, পল্লৱী প্ৰয়াসী লগতে হৰ্জিতে ৰূপালীপৰ্দাৰ জৰিয়তে দৰ্শকক দিছে এক বাৰ্তা। চাওঁচোন আহকঃ

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.