Rupaliparda.com
"শিল্পীয়ে শিল্পীৰ বাবে"- ২১এপ্ৰিলৰ পৰা ১ মে' লৈ ইনষ্টাগ্ৰাম লাইভ অসমীয়া শিল্পীঃ 1

“শিল্পীয়ে শিল্পীৰ বাবে”- ২১এপ্ৰিলৰ পৰা ১ মে’ লৈ ইনষ্টাগ্ৰাম লাইভ অসমীয়া শিল্পীঃ

চলিত মাহৰ ২১ তাৰিখৰ পৰা আৰম্ভ কৰি আগন্তুক ১ মে ‘ তাৰিখলৈ T Series Stage Works Academy Guwahati (An Academy of Film, Television & Performing Arts) শীৰ্ষক প্ৰতিষ্ঠানটোৱে জনসাধাৰণৰ বাবে লৈ আনিছে এক মনোৰঞ্জনধৰ্মী অনুষ্ঠান। আৰ্থিকভাৱে পিছপৰি ৰোৱা কিছু শিল্পীক সহায় আগবঢ়োৱাৰ অৰ্থে অসমীয়া শিল্পী সমূহক একগোট কৰি কৰা হৈছে এই প্ৰচেষ্টা। কাইলৈৰ পৰা প্ৰত্যেকটো সন্ধিয়া ৮ বজাত লাইভ যোগে দেখিবলৈ পোৱা যাব একাংশ শিল্পীক। শিল্পী সমূহৰ সৈতে কথা পতাৰ উপৰিও প্ৰিয় কন্ঠশিল্পীৰ পৰা গীত উপভোগ কৰি কোনোৱে যদি বিচাৰিছে এই প্ৰতিষ্ঠানটোৰ দ্বাৰাই তেওঁলোকে সহায় কৰিব পাৰিব অসহায় জনক।

View this post on Instagram

Join us Live on Instagram with Neel Akash and Prastuti Parashar and help us making the #শিল্পীয়ে শিল্পীৰ বাবে (Xilpi Xilpir Babei) fundraising event a success on 21st of April, Starting from 8 PM (IST). #শিল্পীয়ে_শিল্পীৰ_বাবে is an fundraising initiative by T-Series Stageworks Guwahati for the Daily wage earners in the Assamese Film and Television Industry. To contribute and show support you can donate by clicking the link in our bio. Show your support for a good cause, the Film fraternity of Assam has united together to show their support for their co-workers by putting up this LIVE EVENT and making it possible. We will be LIVE on Instragram from 21st April to 1st May along with different celebrities of Assam. For more uptades stay tuned on our Instagram and Facebook handles. Mr. Vreegu Kashyap will be hosting this Live Event. Hope Everyone will join hand with us for a cause and help whom we can in this hour of need. #Staystrong #Joinforacause #NoCorona You can donate by clicking the link below tseriesstageworks.in/pay-now/ Follow us on : fb.me/tseriesstageworksguwahati instagram.com/tseriesstageworksg youtube.com/tseriesstageworksguwahati Visit our website at www.tseriesstageworks.in For more details you can call us at 022-4896-9999 /+91- 6913347757 #covid #covid19 #lockdown #staysafehome #instalive #xilpixilpirbabei #staypositive #staystrong #donateforacause #nocorona #standforpeoplewhoneedshelp #unitedwebeatcorona #fightagainstcorona #nocovid19 #arstistofassam #instragramliveshow #zubeengarg #vreegukashyap #ravisharma #jatinborah #barsharanibishaya #neelakash

A post shared by T-Series Stageworks Guwahati (@tseriesstageworksg) on


প্ৰথমদিনাই উক্ত অনুষ্ঠানটোৰ লাইভত দৰ্শকে দেখিবলৈ পাব নীল আকাশ ও প্ৰস্তুতি পৰাশৰক। উল্লেখ্য যে, এই অনুষ্ঠানটিৰ আঁত ধৰিব কন্ঠশিল্পী ভৃগু কাশ্যপে। জুবিন গাৰ্গকে ধৰি যতীন বৰা, ৰবি শৰ্মা, বৰষা ৰাণী বিষয়া, ৰিম্পী দাস, সুবাসনা দাস, কল্পনা কলিতা, অনন্যা কাশ্যপ, মন্টু মণি শইকীয়া,তনভী শৰ্মা, গীতালী, প্ৰীতি কংকনা, আচুৰ্য্য বৰপাত্ৰ, ৰূপাংকৃতা,অলংকৃতা, দীপলিনা ডেকা, ৰাকেশ ৰিয়ান তথা প্ৰিয়ম পল্লৱী আদি জনপ্ৰিয় শিল্পী সমূহে অংশগ্ৰহণ কৰিব এই লাইভ অনুষ্ঠানত।

https://www.instagram.com/p/B_J8zUYlRnH/?utm_source=ig_web_copy_link


শিল্পীয়ে শিল্পীৰ বাবে থিয় হোৱা এনে প্ৰচেষ্টা সঁচাকৈ প্ৰশংসনীয়। “কভিড ১৯” য়ে বিহু মঞ্চৰ পৰা শিল্পী সমূহক আঁতৰাই পঠিয়ালেও কিন্তু এতিয়া এওঁলোকে নিজাববীয়াকৈ বিচাৰি লৈছে মনোৰঞ্জনৰ বাট।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform