Rupaliparda.com
ৰূপালীপৰ্দাৰ নতুন সংস্কৰণঃ থাকিব কিছু এক্সক্লুচিভ চিনেমা খবৰ "It's Dipankar" ত- 1

ৰূপালীপৰ্দাৰ নতুন সংস্কৰণঃ থাকিব কিছু এক্সক্লুচিভ চিনেমা খবৰ “It’s Dipankar” ত-

আমি প্ৰত্যেকজন দৰ্শকে প্ৰায়ে এখন ছবিৰ আঁৰৰ কথাবোৰ জানিবলৈ বৰ আগ্ৰহী হৈ থাকো। ক’ত, কেতিয়া আৰু কেনেদৰে এখন চিনেমাক শ্বুট কৰা হৈছিল বা এখন ছবি নিৰ্মাণৰ পিছত ওলোৱা বিভিন্ন খবৰ বোৰ জানিবলৈ দৰ্শক সদায় উৎসাহিত হৈ থকা দেখিবলৈ পোৱা যায়। তেনেদৰেই কিছুমান ছবিৰ আঁৰৰ কাহিনী অথবা কিছুমান আপোনালোকে কেতিয়াও উপভোগ নকৰা ছবিৰ কাহিনীক লগত লৈ আমি অৰ্থাৎ ৰূপালীপৰ্দা আহিছে আপোনালোকৰ মাজলৈ। এগৰাকী উদীয়মান পৰিচালক দীপাংকৰ ঘোষালে আপোনালোকৰ মাজলৈ লৈ আনিব কিছু ভিডিঅ’। চলিত মাহৰ ৮ তাৰিখৰ পৰা আৰম্ভ হ’বলগীয়া “It’s Dipankar” শীৰ্ষক এই নতুন সংস্কৰণটোক লৈ আমি আপোনালোকৰ ওচৰত বিচাৰিছো সঁহাৰি। ভিডিঅ’ অথবা আমি এতিয়ালৈ আপোনালোকক দি অহা খবৰৰ পৰা যদি আপোনালোকে উপকৃত হৈছে তেতিয়াহ’লে ৰূপালীপৰ্দাৰ ফেচবুক পেজটো লাইক কৰাৰ লগতে শ্বেয়াৰ কৰক।

ৰূপালীপৰ্দাৰ নতুন সংস্কৰণঃ থাকিব কিছু এক্সক্লুচিভ চিনেমা খবৰ "It's Dipankar" ত- 2


আগন্তুক সময়লৈও আপোনালোকক আমি এনেদৰেই কিছু মনোৰঞ্জনৰ এক্সক্লুচিভ ভিডিঅ’ অথবা খবৰ দিবলৈ চেষ্টা অব্যাহত ৰাখিম। গতিকে আগন্তুক সময়ত আপোনালোকৰ ফালৰ পৰা কিছু সহায় সাৰথিৰ আমাক প্ৰয়োজন।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.