Rupaliparda.com
নেহা কক্কড়ৰ প্ৰশংসা কৰি ৰাইজৰ ৰোষত নৰা ফাতেহীঃ 1

নেহা কক্কড়ৰ প্ৰশংসা কৰি ৰাইজৰ ৰোষত নৰা ফাতেহীঃ

নেহা কক্কড়ৰ প্ৰশংসা কৰি ৰাইজৰ ৰোষত নৰা ফাতেহী। নৃত্য তথা অভিনয়ৰ বাদেও এইবাৰ নৰা ফাতেহীয়ে চৰ্চা লাভ কৰিছে নিজৰ মন্তব্য সমূহৰ বাবে। শেহতীয়াকৈ তেওঁৰ এটা মন্তব্যক কেন্দ্ৰ কৰি চচিয়েল মিডিয়াত বহুল হাৰত “মিম” প্ৰস্তুতিৰ সমান্তৰালকৈ ভাইৰেল হৈ পৰিছে। তেওঁৰ এটা পূৰণি ভিডিঅ’ক লৈয়ে লাগিছে খলকনি; তেওঁৰ এই ভিডিঅ’টো হৈছে “ইণ্ডিয়াজ বেষ্ট ডেন্সাৰ” ৰ প্লেটফৰ্মৰ। য’ত তেওঁ নেহা কক্কড়ক প্ৰশংসা কৰি কয় যে, “নেহা কক্কড় বলীউড সংগীত ক্ষেত্ৰ খনৰ এগৰাকী ৰত্ন; তেওঁৰ অবিহনে এই ইণ্ডাষ্ট্ৰীটো একো নহয়।” উক্ত কথাষাৰৰ বাবেই নৰা ফাতেহীক সমালোচনা কৰাৰ লগতে তেওঁৰ ওপৰত মিমৰো প্ৰস্তুত কৰা হৈছে। চাওঁচোন আহক এই মিম বোৰঃ

https://twitter.com/surkastik/status/1349052338833526784?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1349052338833526784%7Ctwgr%5E%7Ctwcon%5Es1_&ref_url=https%3A%2F%2Fwww.siasat.com%2Fnora-fatehi-gets-hilariously-trolled-for-saying-neha-kakkar-k-bina-music-industry-kuch-nahi-hai-2067305%2F
https://twitter.com/NaveenK46328827/status/1349310733327114245?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1349310733327114245%7Ctwgr%5E%7Ctwcon%5Es1_&ref_url=https%3A%2F%2Fwww.siasat.com%2Fnora-fatehi-gets-hilariously-trolled-for-saying-neha-kakkar-k-bina-music-industry-kuch-nahi-hai-2067305%2F


শেহতীয়াকৈ নেহাই লাভ কৰিছে ইউটিউবৰ তৰফৰ পৰা ডায়মণ্ড এৱাৰ্ড।এই ডায়মণ্ড এৱাৰ্ডটোৰ সৈতে নেহা কক্কড় হৈ পৰিছে প্ৰথমগৰাকী ভাৰতীয় যিয়ে লাভ কৰিছে এই ডায়মণ্ড। ইয়াৰ উপৰিও, ফৰ্বসৰ এখন তালিকাত অন্তৰ্ভূক্ত কৰা হৈছে নেহা কক্কড়ৰ নাম। চচিয়েল মিডিয়াত সক্ৰিয় হোৱাৰ লগতে আনক প্ৰেৰণা দিয়াৰ ক্ষেত্ৰত এই তালিকাত নাম অন্তৰ্ভূক্ত কৰা হৈছে নেহা কক্কড়ৰ।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.