Rupaliparda.com
Article 15

আৰ্টিকেল-১৫ঃ

পানীত হাঁহ নচৰা অৱস্থা দেশৰ। অশান্তি সৃষ্টিৰ ন-ন কৌশল অৱলম্বন কৰে নানা পক্ষই। তেনেক্ষেত্ৰত প্ৰশাসন ব্যৱস্থা একপ্ৰকাৰ থমকি ৰৈছে। এনে কিছুমান সত্য ঘটনাক লৈ নিৰ্মিত কৰা হৈছে অনুসন্ধানমূলক চিনেমা “আৰ্টিকেল-১৫”। অায়ু্ষ্মান খুৰানা অভিনীত এই চিনেমাখনত তেওঁ এগৰাকী আৰক্ষীৰ “চৰিত্ৰ” ত অভিনয় কৰিছে। ছবিখনত ঈশা তলৱাৰ, মনোজ পানৱা, চায়ানী গুপ্তা, কুমুদ মিশ্ৰ, এম নাছেৰ, সুশীল পাণ্ডে আদিয়েও অভিনয় কৰিছে। অনুভৱ সিনহাৰ দ্বাৰা পৰিচালিত উক্ত চিনেমাখনৰ ট্ৰেইলাৰে ইতিমধ্যে দৰ্শকৰ অভূতপূৰ্ব সঁহাৰি লাভ কৰিছে।

Add comment

Leave a Reply

Most popular

Your Header Sidebar area is currently empty. Hurry up and add some widgets.