Rupaliparda.com

বিজ্ঞান ভিত্তিক শিশু নাট্যনুষ্ঠানঃ

অহা ২৫ জুলাই তাৰিখে সন্ধিয়া ৬.৩০ বজাত কলাক্ষেত্ৰৰ মাধৱদেৱ প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’ব এখনি শিশু ভিত্তিক নাটক। ভাৰতীয় গণনাট্য সংঘৰ নিবেদনত তথা অভিনেতা ৰূপম চেতিয়া পৰিচালনাৰে অনুষ্ঠিত নাটখনিৰ নাম হৈছে “মিছন মংগল”। উল্লেখ্য যে, এই বিজ্ঞান ভিত্তিক নাটখনিত শিশুৰ লগতে সকলো বয়সৰ দৰ্শকেও উপভোগ কৰিবলৈ পাব বিজ্ঞানৰ সোঁৱাদ।

বিজ্ঞান ভিত্তিক শিশু নাট্যনুষ্ঠানঃ 1

Add comment

Leave a Reply

Most popular