Rupaliparda.com
সঞ্জু বাবাৰ "প্ৰস্থানম"- 1

সঞ্জু বাবাৰ “প্ৰস্থানম”-

কিছুদিন পূৰ্বে নিজ জন্মদিনত সঞ্জয় দত্তই মুকলি কৰিছিল “কে.জি.এফ” ছবিৰ তেওঁৰ ফাৰ্ষ্ট লুক। ইয়াৰ পিছতেই আকৌ এবাৰ সঞ্জু বাবাই তেওঁৰ আহিবলগীয়া ছবি “প্ৰস্থানম” ৰ ফাৰ্ষ্ট লুক দৰ্শকৰ মাজত উলিয়াই দিছে। ফটো দৰ্শকৰ মাজত আগবঢ়াই দিয়াৰ পিছতেই পষ্টাৰখনে লাভ কৰিছে দৰ্শকৰ ধনাত্মক সঁহাৰি। উল্লেখ্য যে, উক্ত ছবি টেলেগু একে নামৰ ছবিৰ ৰিমেক। চলিত বৰ্ষৰ ২০ ছেপ্তেম্বৰত মুক্তি পাবলগীয়া ছবিখনৰ পৰিচালনা দেৱ কট্টাৰ।উল্লেখ্য যে, উক্ত ছবিখন টেলেগু একে নামৰ ছবিৰ ৰিমেক। চলিত বৰ্ষৰ ২০ ছেপ্তেম্বৰত মুক্তি পাবলগীয়া ছবিখনৰ পৰিচালনা দেৱ কট্টাৰ।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.