Rupaliparda.com

মেগাষ্টাৰ চিৰঞ্জীৱী জন্মদিন উদযাপনঃ

দক্ষিণৰ মেগাষ্টাৰ ও মিষ্টাৰ পাৰফেক্টচনিষ্ট চিৰঞ্জীৱীয়ে নিজৰ ৬৪সংখ্যক জন্মদিন উদযাপন কৰিছে। দক্ষিণৰ লগতে হিন্দী চলচিত্ৰতো সমানে চৰ্চা লাভ কৰিছল চিৰঞ্জীৱীয়ে। তেওঁ মূলতঃ তেলেগু অভিনেতা যদিও তামিল, কন্নড় তথা হিন্দী ছবিতো অভিনয় কৰিছে।

মেগাষ্টাৰ চিৰঞ্জীৱী জন্মদিন উদযাপনঃ 1


চিৰঞ্জীৱীয়ে ছবিৰ লগতে ৰাজনীতিটো নিজৰ নাম জনপ্ৰিয় কৰি তুলিছিল। ১৯৭৯ ৰ “পুনাধিৰুল্লু” ছবিখনৰ পৰা অভিনয়ৰ সৈতে জড়িত হৈ পৰা এইগৰাকী অভিনেতাই ৮০ দশকত ১৪ খন চুপাৰহিট ছবি দিছিল।

মেগাষ্টাৰ চিৰঞ্জীৱী জন্মদিন উদযাপনঃ 2


মেগাষ্টাৰ চিৰঞ্জীৱীৰ পুত্ৰ ৰামচৰণেও পিতৃক জন্মদিনৰ শুভকামনা জনাই পষ্ট কৰে এখন ফটো। ইয়াৰ লগতে, ৰামচৰণে পিতৃক ধন্যবাদো জ্ঞাপন কৰে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.