পূৰ্ব কেন্দ্ৰীয় বিত্ত মন্ত্ৰী অৰুণ জেটলী নিজ ৬৬ বছৰ বয়সত ২৪ আগষ্ট তাৰিখে ইহলীলা সম্বৰণ কৰে। তেওঁৰ মৃত্যুত বিভিন্ন জনে শোক প্ৰকাশ কৰাৰ লগতে বলীউডৰ তাৰকা সকলেও তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

টুইটাৰ দ্বাৰা নিজ শোক ব্যক্ত কৰে তাৰকা সকলে। উল্লেখ্য যে, যোৱা ২৩ আগষ্ট তাৰিখৰ পৰা নেতা গৰাকীৰ গা যথেষ্ট বেয়া হ’বলৈ ধৰিছিল আৰু অৱশেষত দিল্লীস্থিত এইমছত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।
Add comment