Rupaliparda.com

বলীউডলৈ আগমন এক ন-যুঁতিৰঃ

অনন্যা পাণ্ডে আৰু ইশান খট্টৰৰ ন-যুঁটি উপভোগ কৰিব পাৰিব এতিয়া দৰ্শকে। মকবুল খানৰ দ্বাৰা পৰিচালিত “খালী পীলী” শীৰ্ষক ছবিত দেখিবলৈ পোৱা যাব এতিয়া এই যুঁটিটোক।

বলীউডলৈ আগমন এক ন-যুঁতিৰঃ 1


ছবি সমালোচক তৰণ আদৰ্শে এক টুইট যোগে দৰ্শকক এই কথা জানিবলৈ দিয়ে। জি ষ্টুডিঅ’ ,আলি আব্বাছ জাফাৰ আৰু হিমাংশু মেহৰাৰ দ্বাৰা প্ৰযোজিত এই ছবিখনৰ শ্বুটিং চলিত বৰ্ষৰ ১১ তাৰিখৰ পৰা আৰম্ভ হ’ব আৰু ই মুক্তিলাভ কৰিব ২০২০ চনৰ ১২জুন তাৰিখে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform