দেৱলিনা অৰ্থাৎ সকলোৰে প্ৰিয় “গোপী বহু” ক অসমীয়া মিউজিক ভিডিঅ’ ত চাবলৈ অপেক্ষা কৰি ৰৈছিল বহু দৰ্শজ । “ৰামধেনু” ত ভৃগু কাশ্যপৰ অভিনেত্ৰীৰূপে দেৱলিনাক দেখিবলৈ পোৱা যাব। দৰ্শকৰ উৎকন্ঠা কিছু সংখ্যক কমাই মুক্তি কৰি দিয়া হ’ল গীতটিৰ প্ৰমো’।

চলিত মাহৰ ১৪ তাৰিখে মুক্তি পাবলগীয়া এই গীতটিক দেৱলিনাক দেখিবলৈ পোৱা গৈছে সুন্দৰ ৰূপত।
Add comment