“সান্ড কি আখ” ক লৈ কৰা টুইটৰ দ্বাৰা চৰ্চালৈ আহিল অভিনেত্ৰী নীনা গুপ্তা। ৫০ উৰ্দ্ধৰ বৃদ্ধাৰ চৰিত্ৰত অভিনীত তাপসি আৰু ভূমিৰ এই ছবিখনৰ বাবে এতিয়া অপেক্ষাৰত বহু দৰ্শক। কিন্তু ইয়াৰ মাজৰে এচামে আকৌ ভূমি আৰু তাপসিক ছবিখনৰ বাবে গ্ৰহণ কৰাৰ ক্ষেত্ৰত প্ৰশ্নৰো উত্থাপন কৰে।

তেনেক্ষেত্ৰতে টুইটাৰ যোগে এগৰাকী ইউজাৰে লিখে যে, “ছবিখনৰ বাবে যদি নীনা গুপ্তা, জয়া বচ্ছন আৰু শবানা আজমীক লোৱা হয়; তেতিয়া হ’লে কেনে হয় বাৰু??” উক্ত ষ্টেটাছটোতে অভিনেত্ৰী নীনা গুপ্তাই ৰিপ্লাই কৰে এনেধৰণেৰে-

এতিয়া প্ৰশ্ন হয়, নীনা গুপ্তাই ধেমালী কৰিছেনে নে তেওঁ সঁচাকৈয়ে ক্ষোভ উজাৰিছে তেওঁক উক্ত ছবিখনত গ্ৰহণ নকৰাৰ বাবে!
সংগৃহীতঃ https://aajtak.intoday.in/story/neena-gupta-reacts-to-saand-ki-aankh-trailer-taapsee-pannu-and-bhumi-pednekar-tmov-1-1122734.html
Add comment