Rupaliparda.com
৭৯ কিলো ওজন উঠাই ফিট কোন অভিনেত্ৰী?? 1

৭৯ কিলো ওজন উঠাই ফিট কোন অভিনেত্ৰী??

বি-টাউনৰ ফিট অভিনেত্ৰী সমূহৰ ভিতৰত ৰকুল প্ৰীতৰ নাম উল্লেখযোগ্য। তেওঁ নিজক ফিট ৰখাৰ স্বাৰ্থত নতুন লক্ষ্য স্থিৰ কৰাৰ লগতে নিজৰ বডিক চেলেঞ্জো প্ৰদান কৰে। এনেক্ষেত্ৰতে অভিনেত্ৰী গৰাকীয়ে নিজ ইনষ্টাগ্ৰাম একাউন্টত আপলোড কৰিছে এটা ভিডিঅ’।

৭৯ কিলো ওজন উঠাই ফিট কোন অভিনেত্ৰী?? 2


উক্ত ভিডিঅ’টোত দেখিবলৈ পোৱা গৈছে যে ৰকুলে উঠাইছে প্ৰায় ১৭৫ পাউণ্ড অৰ্থাৎ ৭৯ কিলোগ্ৰাম। ৰকুলে নিজৰ ফিটনেছৰ বাবে কৰা এনে ট্ৰেইনিঙে এতিয়া চৰ্চা লাভ কৰিছে চচিয়েল মিডিয়াত।

https://www.instagram.com/p/B25p4Cxg9nK/?utm_source=ig_web_copy_link


আপোনালোকক জনাই থওঁ যে, ৰকুল প্ৰীতক আহিবলগীয়া ৰিতেশ আৰু সিদ্ধাৰ্থৰ ছবি “মাৰজাঁৱা” ত দেখিবলৈ পোৱা যাব।

সংগৃহীতঃhttps://navbharattimes.indiatimes.com/movie-masti/news-from-bollywood/rakul-preet-shares-her-fitness-video-in-which-she-is-lifting-weight-of-79-kg/articleshow/71330489.cms

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform