Rupaliparda.com
অনুৰাগীৰ সৈতে বিবাহঃ আইমীৰ বিবাহৰ সম্পূৰ্ণ ৮ বৰ্ষ- 1

অনুৰাগীৰ সৈতে বিবাহঃ আইমীৰ বিবাহৰ সম্পূৰ্ণ ৮ বৰ্ষ-

অসমীয়া চলচিত্ৰ জগতৰ মোহময়ী অভিনেত্ৰী আইমী বৰুৱাই উদযাপন কৰিলে তেওঁৰ অষ্টমতম বিবাহ বাৰ্ষিকী। ৰাজনৈতিক নেতা পীযুষ হাজৰিকাৰ সৈতে ৮ বছৰ পূৰ্বে ১ অক্টোবৰৰ দিনাখনেই বিবাহ পাশত আবদ্ধ হৈছিল অভিনেত্ৰী গৰাকী।

অনুৰাগীৰ সৈতে বিবাহঃ আইমীৰ বিবাহৰ সম্পূৰ্ণ ৮ বৰ্ষ- 2


এটা সাক্ষাৎকাৰ যোগে অভিনেত্ৰী গৰাকীয়ে কয় যে, নেতা গৰাকী আগৰ পৰাই আইমীৰ অনুৰাগী আছিল আৰু তাৰ পিছত তেওঁলোকৰ মাজত প্ৰেম হয়। লগতে, পীযুষে আইমীৰ ঘৰলৈ বিয়াৰ প্ৰস্তাৱ পঠিওৱাৰ পিছত তেওঁলোক বিবাহ পাশত আবদ্ধ হয়। পীযুষ ৰাজনৈতিকে নেতা বুলি আইমীয়ে পূৰ্বতে ধৰিবই পৰা নাছিল বুলি অভিনেত্ৰী গৰাকীয়ে মন্তব্য কৰে।

অনুৰাগীৰ সৈতে বিবাহঃ আইমীৰ বিবাহৰ সম্পূৰ্ণ ৮ বৰ্ষ- 3


বৰ্তমান দুই সন্তানৰ মাতৃ আইমীয়ে স্বামীৰ সৈতে কেক কাটি উদযাপন কৰিলে নিজ বিবাহ বাৰ্ষিকী। ইনষ্ট্ৰাগ্ৰাম যোগে কৰা এটি পোষ্টৰ জৰিয়তে অভিনেত্ৰী গৰাকীয়ে স্বামী পীযুষ হাজৰিকাক বিবাহ বাৰ্ষিকীৰ শুভকামনা জনায়।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.