Rupaliparda.com
অসমীয়া শিল্পীৰ শাৰদীয় শুভেচ্ছাঃ 1

অসমীয়া শিল্পীৰ শাৰদীয় শুভেচ্ছাঃ

শাৰদীয় সুবাসত বিলীন সমগ্ৰ পৃথিৱী। ব্যস্ততাৰ পৰা অকণমান সময় আঁতৰি চিলেব্ৰিটী সমূহ ৰঙীণ পূজাৰ ৰঙত। অসমীয়া চলচিত্ৰ জগতৰ প্ৰায় প্ৰত্যেকগৰাকী অভিনেত্ৰীয়ে নিজক সজাই তুলিলে পূজাৰ প্ৰাকক্ষণত। নিজ নিজ চচিয়েল মিডিয়া যোগে অভিনেত্ৰী কেই গৰাকীয়ে দৰ্শকক জনালে দূৰ্গা পূজাৰ শুভকামনা। ফেশ্বনেবল মৰ্ডাণ নহয়; মেখেলা চাদৰেৰেহে হৃদয় জিনিলে দৰ্শকৰ-

অসমীয়া শিল্পীৰ শাৰদীয় শুভেচ্ছাঃ 2
অনন্যা কাশ্যপ
অসমীয়া শিল্পীৰ শাৰদীয় শুভেচ্ছাঃ 3
ৰিম্পী দাস
অসমীয়া শিল্পীৰ শাৰদীয় শুভেচ্ছাঃ 4
সুনীতা কৌশিক
অসমীয়া শিল্পীৰ শাৰদীয় শুভেচ্ছাঃ 5
গীতাৱলী ৰাজকুমাৰী
অসমীয়া শিল্পীৰ শাৰদীয় শুভেচ্ছাঃ 6
প্ৰীতি কংকনা
অসমীয়া শিল্পীৰ শাৰদীয় শুভেচ্ছাঃ 7
দীপলিনা ডেকা

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.