Rupaliparda.com
বলীউডৰ নহয় এইবাৰ চাওঁক জলীউডৰ অভিনেত্ৰীৰ ফিটনেছঃ 1

বলীউডৰ নহয় এইবাৰ চাওঁক জলীউডৰ অভিনেত্ৰীৰ ফিটনেছঃ

আপোনালোক প্ৰত্যেকেই সদায় এগৰাকী বলীউডৰ অভিনেত্ৰীৰ ফিটনেছৰ ফটো অথবা ভিডিঅ’ দেখিছে; নহয়নে?? মালাইকা আৰোৰা তথা দিশা পাটানীকে ধৰি কেইবাগৰাকীও অভিনেত্ৰীয়ে চচিয়েল মিডিয়াত প্ৰত্যেকদিনাই নিজৰ একোখনকৈ ব’ডি ফিটনেছৰ ফটো আৰু ফিটনেছ টিপ দৰ্শকক দিয়া দেখিবলৈ পোৱা যায়।

বলীউডৰ নহয় এইবাৰ চাওঁক জলীউডৰ অভিনেত্ৰীৰ ফিটনেছঃ 2
বলীউডৰ নহয় এইবাৰ চাওঁক জলীউডৰ অভিনেত্ৰীৰ ফিটনেছঃ 3


কিন্তু আমি আজি আপোনালোকক এগৰাকী অসমীয়া অভিনেত্ৰীৰ কথা ক’ম; যি গৰাকীয়ে নিজৰ ফিটনেছৰ প্ৰতি যথেষ্ট গুৰুত্ব প্ৰদান কৰে। অভিনেত্ৰী গৰাকীৰ নাম হৈছে মুনমী ফুকন।

https://www.instagram.com/p/B0Sh-hCDEYz/?utm_source=ig_web_copy_link
বলীউডৰ নহয় এইবাৰ চাওঁক জলীউডৰ অভিনেত্ৰীৰ ফিটনেছঃ 4

“ৰ’দ”, “তুমি আহিবানে?”, “ৰামধেনু” আদি ছবিৰ লগতে “অনুৰাধা” ধাৰাবাহিকখনত অভিনীত এই গৰাকী অভিনেত্ৰীয়েও নিজৰ ব’ডি ফিটনেছৰ কেইবাখনো ফটো ইনষ্টাগ্ৰাম যোগে দৰ্শকৰ মাজৰ উলিয়াই দিয়ে। অসমীয়া অভিনেত্ৰী সমূহৰ ভিতৰত মুনমীক আটাইতকৈ ফিট বুলি ক’লেও হয়টো অতিৰঞ্জিত নহ’ব। তেওঁৰ এনেবোৰ ফটোৱে এতিয়া দৰ্শকক আৰু বেছি আকৰ্ষিত কৰিছে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform