“পেডেল মাৰি মাৰি” ৰ দ্বিতীয় সংস্কৰণ অৰ্থাৎ “পেডেল মাৰি মাৰি ২.০” ৰ বহুল জনপ্ৰিয়তাৰ পিছত এইবাৰ দৰ্শকক ডবল সোঁৱাদ দিবলৈ আহি আছে বাবুৰ কন্ঠত “চেনীমাই ২.০”। পেডেল মাৰি মাৰি ৰ প্ৰথমটো সংস্কৰণৰ সমান্তৰালকৈ জনপ্ৰিয়তা লাভ কৰিছিল “চেনীমাই” গীতটোৱেও।

কোনোদিন বিতৰ্কত সাঙুৰ নোখোৱা এই গৰাকী কন্ঠশিল্পীৰ অনুৰাগীৰ সংখ্যা নক’লেও হয়টো আপোনালোকে অনুমান কৰিব পাৰে।

বাবুৰ কন্ঠৰ “চেনীমাই” ৰ প্ৰথমটো সংস্কৰণ লিখিছিল চন্দন কাকতিয়ে। গীতটিৰ ভিডিঅ’ ত অভিনয় কৰিছিল বিবেক, তাপস্ৰী আৰু য়ানকি চিমিয়ে। গীতটিৰ লিংক তলত দি দিয়া হৈছেঃ
গতিকে, “পেডেল মাৰি মাৰি ২.০” ত যেনেদৰে পোৱা গৈছিল নতুনত্ব; ঠিক তেনেদৰেই হয়টো বাবুয়ে দৰ্শকৰ মাজলৈ আনিবলৈ প্ৰস্তুত হৈ পৰিছে “চেনীমাই ২.০”।
Add comment