Rupaliparda.com
হিট ছবিৰ পিছতেই আয়ূসমানে লগালে নিজৰ ফিচতো চিক্সাৰঃ 1

হিট ছবিৰ পিছতেই আয়ূসমানে লগালে নিজৰ ফিচতো চিক্সাৰঃ

বলীউডত ইখনৰ পিছত সিখন হিট ছবিৰে দৰ্শকৰ মনোৰঞ্জন কৰোৱা আয়ূসমান খুৰানাই বঢ়াই ল’লে নিজৰ ফিচ। গায়ক তথা অভিনেতা গৰাকীয়ে “অন্ধাধুন” আৰু “বধাই হো” ৰ পিছত নিজৰ ফিজ তিনিগুণ বেছি বঢ়াই লৈছিল ।

হিট ছবিৰ পিছতেই আয়ূসমানে লগালে নিজৰ ফিচতো চিক্সাৰঃ 2


ইয়াৰ পিছতে, কিছুদিন পূৰ্বে মুক্তিপ্ৰাপ্ত “ড্ৰীম গাৰ্ল” ৰ সফলতাৰ পিছত আয়ূসমান খুৰানাই নিজৰ ফিচৰ ৫০০ গুণ বৃদ্ধি কৰি লয় অৰ্থাৎ তেওঁৰ ফিচ ২ কোটিৰ পৰা বঢ়াই ১০ কোটিলৈ লৈ যায়।

হিট ছবিৰ পিছতেই আয়ূসমানে লগালে নিজৰ ফিচতো চিক্সাৰঃ 3


উল্লেখ্য যে, আয়ূসমান খুৰানা অভিনীত প্ৰত্যেকখন ছবিৰ বাজেট নিম্নতম আছিল যদিও ছবিকেইখনে লাভ কৰিছিল ভাল বস্ক অফিচ কালেকচন। ইয়াৰ উপৰিও, ছবি কেইখনে দৰ্শকৰ সমাদৰ লাভ কৰিবলৈও সক্ষম হৈ পৰিছিল।

হিট ছবিৰ পিছতেই আয়ূসমানে লগালে নিজৰ ফিচতো চিক্সাৰঃ 4


গতিকে, এনেক্ষেত্ৰত আয়ূসমানে নিজৰ ফিচ বৃদ্ধি কৰি লোৱাটো একেবাৰেই স্বাভাৱিক।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.