Rupaliparda.com
চচিয়েল মিডিয়াত কাৰ কিমান চলে ৰাজত্ব?? 1

চচিয়েল মিডিয়াত কাৰ কিমান চলে ৰাজত্ব??

ইনষ্টাগ্ৰামত নিত্য-নতুন পোষ্ট অথবা ফটো আপলোড কৰি দৰ্শকক নিজৰ বিষয়ে জানিবলৈ দিয়ে শিল্পী সকলে। হলীউড-বলীউডকে ধৰি জলীউডৰো বহু অভিনেতা-অভিনেত্ৰীয়ে নিজক একটিভ কৰি ৰাখে চচিয়েল মিডিয়াত। নৱপ্ৰজন্মৰ এনে কেইগৰাকীমান অভিনেত্ৰী নাম আজি আমি আপোনাক ক’ম; যাৰ ইনষ্টাগ্ৰামত দেখিবলৈ পোৱা যায় বৃহৎ সংখ্যাত অনুৰাগী। সেইকেইগৰাকী হ’ল-

১. হিমাক্ষী কলিতাঃ

“বৈদেহী” আৰু “পৰিণীতা” কে ধৰি কেইবাটাও ভিডিঅ’ত দেখিবলৈ পোৱা এই অভিনেত্ৰী গৰাকীৰ অনুৰাগীৰ সংখ্যা হৈছে –

চচিয়েল মিডিয়াত কাৰ কিমান চলে ৰাজত্ব?? 2

২.সুকন্যা বৰুৱা-

“মলয়া বাইদেউৰ জীয়েক হেনো পলাই গ’ল” শীৰ্ষক ভিডিঅ গীতটি লগতে “পৰিণীতা” ধাৰাবাহিকখনত দেখিবলৈ পোৱা এই অভিনেত্ৰী গৰাকীৰ অনুৰাগী হৈছে-

চচিয়েল মিডিয়াত কাৰ কিমান চলে ৰাজত্ব?? 3

৩.অনন্যা কাশ্যপঃ

জুবিন গাৰ্গৰ সৈতে প্ৰথমটো ভিডিঅ’ “মৰিলং মৰিলং” ৰ পৰাই জনপ্ৰিয় হৈ উঠা অভিনেত্ৰী গৰাকীৰ অনুৰাগীৰ সংখ্যা হৈছে-

চচিয়েল মিডিয়াত কাৰ কিমান চলে ৰাজত্ব?? 4

৪.কৰৱী শৰ্মাঃ

কেইবাটাও মিউজিক ভিডিঅ’ লগতে ৰং ত প্ৰচাৰিত ধাৰাবাহিক “তোমাৰ মৰমে মোক” ত দেখিবলৈ পোৱা এই নৱপ্ৰজন্মৰ অভিনেত্ৰী গৰাকীৰ অনুৰাগী হৈছে–

চচিয়েল মিডিয়াত কাৰ কিমান চলে ৰাজত্ব?? 5

৫. দীপলিনা ডেকাঃ

“মিছন ছাইনা” ৰ পৰা “চুইন দিয়ানা” সংগীতলৈ এই অভিনেত্ৰী ও গায়িকা গৰাকীৰ অনুৰাগীৰ সংখ্যা লেখত ল’বলগীয়া।

চচিয়েল মিডিয়াত কাৰ কিমান চলে ৰাজত্ব?? 6

এতিয়া আপোনালোকে আমাক জনাওঁক কোনগৰাকী আপোনাৰ প্ৰিয় অভিনেত্ৰী?? কোন গৰাকীৰ অভিনয় ভাল লাগে বাৰু আপোনাৰ? কমেন্ট কৰক আৰু আমাক জনাওঁক।

Add comment

Most popular

Recent posts

Your Header Sidebar area is currently empty. Hurry up and add some widgets.