ইনষ্টাগ্ৰামত নিত্য-নতুন পোষ্ট অথবা ফটো আপলোড কৰি দৰ্শকক নিজৰ বিষয়ে জানিবলৈ দিয়ে শিল্পী সকলে। হলীউড-বলীউডকে ধৰি জলীউডৰো বহু অভিনেতা-অভিনেত্ৰীয়ে নিজক একটিভ কৰি ৰাখে চচিয়েল মিডিয়াত। নৱপ্ৰজন্মৰ এনে কেইগৰাকীমান অভিনেত্ৰী নাম আজি আমি আপোনাক ক’ম; যাৰ ইনষ্টাগ্ৰামত দেখিবলৈ পোৱা যায় বৃহৎ সংখ্যাত অনুৰাগী। সেইকেইগৰাকী হ’ল-
১. হিমাক্ষী কলিতাঃ
“বৈদেহী” আৰু “পৰিণীতা” কে ধৰি কেইবাটাও ভিডিঅ’ত দেখিবলৈ পোৱা এই অভিনেত্ৰী গৰাকীৰ অনুৰাগীৰ সংখ্যা হৈছে –

২.সুকন্যা বৰুৱা-
“মলয়া বাইদেউৰ জীয়েক হেনো পলাই গ’ল” শীৰ্ষক ভিডিঅ গীতটি লগতে “পৰিণীতা” ধাৰাবাহিকখনত দেখিবলৈ পোৱা এই অভিনেত্ৰী গৰাকীৰ অনুৰাগী হৈছে-

৩.অনন্যা কাশ্যপঃ
জুবিন গাৰ্গৰ সৈতে প্ৰথমটো ভিডিঅ’ “মৰিলং মৰিলং” ৰ পৰাই জনপ্ৰিয় হৈ উঠা অভিনেত্ৰী গৰাকীৰ অনুৰাগীৰ সংখ্যা হৈছে-

৪.কৰৱী শৰ্মাঃ
কেইবাটাও মিউজিক ভিডিঅ’ লগতে ৰং ত প্ৰচাৰিত ধাৰাবাহিক “তোমাৰ মৰমে মোক” ত দেখিবলৈ পোৱা এই নৱপ্ৰজন্মৰ অভিনেত্ৰী গৰাকীৰ অনুৰাগী হৈছে–

৫. দীপলিনা ডেকাঃ
“মিছন ছাইনা” ৰ পৰা “চুইন দিয়ানা” সংগীতলৈ এই অভিনেত্ৰী ও গায়িকা গৰাকীৰ অনুৰাগীৰ সংখ্যা লেখত ল’বলগীয়া।

এতিয়া আপোনালোকে আমাক জনাওঁক কোনগৰাকী আপোনাৰ প্ৰিয় অভিনেত্ৰী?? কোন গৰাকীৰ অভিনয় ভাল লাগে বাৰু আপোনাৰ? কমেন্ট কৰক আৰু আমাক জনাওঁক।
Add comment