Rupaliparda.com
ঋত্বিকক দেখি উৎসাহী প্ৰীতি জিন্টাঃ ক'লে "ক'লে "কই মিল গেয়া"- 1

ঋত্বিকক দেখি উৎসাহী প্ৰীতি জিন্টাঃ ক’লে “ক’লে “কই মিল গেয়া”-

“ক্ৰিস”, “ফিজা” আদিকে ধৰি কেইবাখনো ছবিত একেলগে অভিনীত ঋত্বিক-প্ৰীতিৰ যুঁটিটোক বৰ্তমানেও দৰ্শকে একেলগে চাবলৈ বিচাৰে। প্ৰীতি জিন্টা বৰ্তমান অভিনয় ক্ষেত্ৰখনৰ খনৰ পৰা কিছু দূৰত হ’লেও তেওঁক প্ৰায়ে চচিয়েল মিডিয়াত একটিভ থকা দেখিবলৈ পোৱা যায়।

ঋত্বিকক দেখি উৎসাহী প্ৰীতি জিন্টাঃ ক'লে "ক'লে "কই মিল গেয়া"- 2


ফৰাহ খানে আয়োজন কৰা এটা দাৱতত বহু কেইজন বলীউড চিলেব্ৰেটীৰ সৈতে উপস্থিত থাকে প্ৰীতি জিন্টা আৰু ঋত্বিক ৰোশনো। উক্ত অনুষ্ঠানতেই প্ৰীতিয়ে ঋত্বিকৰ সৈতে উঠা এখন ফটো নিজ ইনষ্টাগ্ৰাম যোগে আপলোড কৰে আৰু তাত কেপছন দিয়ে “কই মিল গেয়া”।


এই ফটোখনৰ পৰাই ঋত্বিকক লগ পাই প্ৰীতি কিমান উৎসাহিত হৈ পৰিছিল তাক ধৰিব পৰা যায়। প্ৰীতি-ঋত্বিকৰ সৈতেই দাৱতত উপস্থিত হৈছিল শিল্পী চেট্টী, সোনালী বেন্দ্ৰে, জেকী শ্ৰফ, অনন্যা পাণ্ডে আৰু কাৰ্তিক আৰিয়ন।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.