Rupaliparda.com
ক্ৰমাৎ জনপ্ৰিয় হৈ উঠা এক "নাম" আৰু দুই গায়িকাঃ 1

ক্ৰমাৎ জনপ্ৰিয় হৈ উঠা এক “নাম” আৰু দুই গায়িকাঃ


“ওৱন্ডাৰ চিষ্টাৰচ” বুলি সকলোৰে মাজত পৰিচিত এই দুইগৰাকী গুৱাহাটীস্থিত নাৰেংগী এলেকাৰ স্থানীয় বাসিন্দা। তেওঁলোকক হয়টো চিনাকী কৰাই দিয়াৰ একেবাৰেই প্ৰয়োজন নাই; কাৰণ তেওঁলোকৰ গীত তথা ৰূপাংক্ৰিতা-অলংক্ৰিতাৰ একে পিন্ধনে সকলোকে আকৰ্ষণ কৰিবলৈ সক্ষম বুলি ক’লেও অতিৰঞ্জিত নহ’ব।

ক্ৰমাৎ জনপ্ৰিয় হৈ উঠা এক "নাম" আৰু দুই গায়িকাঃ 2
ক্ৰমাৎ জনপ্ৰিয় হৈ উঠা এক "নাম" আৰু দুই গায়িকাঃ 3


ৰূপাংক্ৰিতাই নিজৰ ডেবিউ গীতটিয়ে গাইছিল হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ সৈতে। লগতে, তেওঁলোকৰ ব্যক্তিগত ইউটিউব চেনেলত তেওঁলোকৰ প্ৰত্যেকটো গীতেই লাভ কৰিছে দৰ্শকৰ পৰা এক বৃহৎ অংকত সমাদৰ।

ক্ৰমাৎ জনপ্ৰিয় হৈ উঠা এক "নাম" আৰু দুই গায়িকাঃ 4
ক্ৰমাৎ জনপ্ৰিয় হৈ উঠা এক "নাম" আৰু দুই গায়িকাঃ 5


ৰূপাংক্ৰিতা আৰু অলংক্ৰিতাক ৰূপালী পৰ্দাৰ ফালৰ পৰা আগন্তুক জীৱনৰ অশেষ শুভকামনা জনাইছো আৰু লগতে তলত তেওঁলোকৰ কন্ঠৰ কেইটিমান জনপ্ৰিয় গীতৰ লিংক দিয়া হৈছে য’ত আপোনালোকে ক্লিক কৰাৰ লগে লগেই শুনিবলৈ পাব তেওঁলোকৰ সুমধুৰ কন্ঠ-

Add comment

Leave a Reply