Rupaliparda.com
খঙাল অজয়ক দেখিয়ে অনুৰাগীয়ে ক'লে "চুপাৰহিট"- 1

খঙাল অজয়ক দেখিয়ে অনুৰাগীয়ে ক’লে “চুপাৰহিট”-

কিছুদিন পূৰ্বে অজয় দেৱগণৰ আহিবলগীয়া ছবি “তানাজীঃ ডা অনসংগ ৱাৰিয়ৰ” ৰ ফাৰ্ষ্ট লুক পোষ্টাৰ মুকলি কৰি দিয়া হৈছিল আৰু ইয়াৰ পিছতেই ছবিখনত অজয় দেৱগণৰ ফাৰ্ষ্ট লুকটোও মুকলি কৰি দিয়া হয়।

https://twitter.com/Nikhil728/status/1186201635669860352


উক্ত পোষ্টাৰ খনত অভিনেতা অজয় দেৱগণৰ এক খঙাল ৰূপ দেখিবলৈ পোৱা গৈছে। উল্লেখ্য যে,অজয় দেৱগণৰ এই লুকে পুনৰ বাৰ তেওঁৰ অনুৰাগীক উৎসাহী কৰি তুলিছে। উক্ত ছবিখন ১৭শ খ্ৰীষ্টাব্দৰ মাৰাঠীৰ সৰদাৰ আৰু সত্ৰপতি শিৱাজীৰ প্ৰকৃত বন্ধু তানাসী মাকসুৰেৰ জীৱনৰ ওপৰত কেন্দ্ৰ কৰি নিৰ্মাণ কৰা হৈছে। উল্লেখ্য যে, এই ছবিখনত অজয় দেৱগণৰ পত্নী ও অভিনেত্ৰী কাজল আৰু অভিনেতা ছেইফ আলি খানকো দেখিবলৈ পোৱা যাব।

খঙাল অজয়ক দেখিয়ে অনুৰাগীয়ে ক'লে "চুপাৰহিট"- 2
খঙাল অজয়ক দেখিয়ে অনুৰাগীয়ে ক'লে "চুপাৰহিট"- 3


ছবিখন মুক্তি পোৱাৰ পূৰ্বেই অজয়ৰ অনুৰাগীয়ে ইয়াক চুপাৰহিট বুলি চচিয়েল মিডিয়াত পোষ্ট কৰে। অনুৰাগীৰ এনে আগ্ৰহৰ পৰাই ধৰিব পৰা যায় যে, বৰ্তমানেও অজয়ৰ ৰঙে কিমানক ৰঙীণ কৰিছে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform