Rupaliparda.com
উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিভাক লগত লৈ আৰম্ভ "ভইচ অৱ নৰ্থ ইষ্ট" ৰ অডিশ্ব'নঃ 1

উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিভাক লগত লৈ আৰম্ভ “ভইচ অৱ নৰ্থ ইষ্ট” ৰ অডিশ্ব’নঃ

উত্তৰ-পূৰ্বাঞ্চলৰ চুকে-কোণে থকা প্ৰতিভাই প্ৰায়ে অসম তথা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলকেই গৌৰন্বাম্বিত কৰি আহিছে। গতিকে এনে প্ৰতিভাবান ল’ৰা-ছোৱালীক লগত লৈয়ে দূৰদৰ্শন যোগে সম্প্ৰচাৰিত হ’বলৈ প্ৰস্তুতি চলাইছে এটা ৰিয়েলিটী শ্ব’ “ভইচ অৱ নৰ্থ ইষ্ট”। ইতিমধ্যে গুৱাহাটী কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত অডিশ্বন লৈ থকা হৈছে “ভইচ অৱ নৰ্থ ইষ্ট” ৰ। উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰায় সকলো ঠাইৰ পৰা অহা প্ৰতিভাই বৰ্তমান এই অ’ডিশ্বনত অংশগ্ৰহণ কৰিছে।

উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিভাক লগত লৈ আৰম্ভ "ভইচ অৱ নৰ্থ ইষ্ট" ৰ অডিশ্ব'নঃ 2


বলীউডৰ লগতে দূৰদৰ্শনৰ টপ লিষ্ট প্ৰযোজকৰ শাৰীত অন্তভূৰ্ক্ত Nawman Malik ৰ প্ৰযোজনাৰে আৰম্ভ হোৱা এই ৰিয়েলিটী শ্ব’টোৰ অডিশ্বনৰ পৰা ১৬ গৰাকীকৈ প্ৰতিভাৱান ল’ৰা-ছোৱালীক বাচি ওলোৱা হ’ব আৰু চলিত বৰ্ষৰ নৱেম্বৰ মাহত উক্ত ৰিয়েলিটী শ্ব’টোক দূৰদৰ্শন যোগে সম্প্ৰচাৰিত কৰা হ’ব।

উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিভাক লগত লৈ আৰম্ভ "ভইচ অৱ নৰ্থ ইষ্ট" ৰ অডিশ্ব'নঃ 3


ৰূপালী পৰ্দাৰ ফালৰ পৰা হোৱা কথা বতৰাত “ভইচ অৱ নৰ্থ ইষ্ট” ৰ প্ৰযোজক Nawman Malik-এ কি ক’লে চাওঁচোন আহকঃ

ইয়াৰ লগতে উক্ত ৰিয়েলিটী শ্ব’টোৰ ক্ৰিয়েটিভ প্ৰযোজক ৰূপে থকা বিশ্বজিৎ বৰাইও “ভইচ অৱ নৰ্থ ইষ্ট” ক লৈ যথেষ্ট উৎসাহী হৈ পৰিছে-

শেষত ৰূপালী পৰ্দাত এক্সক্লুছিভলি চাওঁক অ’ডিশ্বন হৈ থকা সময়ছোৱাত প্ৰতিযোগী এগৰাকীৰ গীত পৰিৱেশন-

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform