Rupaliparda.com
গুৱাহাটীত উপস্থিত বলীউডৰ অভিনেত্ৰী এভিলিন শৰ্মাঃ মুকলি কৰিলে এপ'ল প্ৰিমিয়াৰ বিপণি- 1

গুৱাহাটীত উপস্থিত বলীউডৰ অভিনেত্ৰী এভিলিন শৰ্মাঃ মুকলি কৰিলে এপ’ল প্ৰিমিয়াৰ বিপণি-

উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন এপ’ল প্ৰিমিয়াম ৰিছেলাৰ বিপনিৰ শুভ উদ্ধোধন। ২২ অক্টোবৰ তাৰিখে গুৱাহাটী স্থিত জি.এছ ৰোডৰ চিটী চেন্টাৰ মলত এই বিপনিখন আনুষ্ঠানিক ভাৱে মুকলি কৰে বলীউডৰ মোহময়ী অভিনেত্ৰী এভিলিন শৰ্মাই।

গুৱাহাটীত উপস্থিত বলীউডৰ অভিনেত্ৰী এভিলিন শৰ্মাঃ মুকলি কৰিলে এপ'ল প্ৰিমিয়াৰ বিপণি- 2


সুদূৰ অষ্ট্ৰেলিয়াৰ পৰা আহি গুৱাহাটীত উপস্থিত হোৱা এই গৰাকী অভিনেত্ৰীয়ে বিপণিখন মুকলি কৰাৰ লগতে তাত উপলদ্ধ প্ৰত্যেকটো দ্ৰব্যকে চাবলৈ চেষ্টা কৰে। তেওঁ উপস্থিত হোৱা কিছু সময় পিছতেই মলটোত অভিনেত্ৰী গৰাকীক এবাৰ চাবলৈ দৰ্শকে ভিৰ লগায়।

গুৱাহাটীত উপস্থিত বলীউডৰ অভিনেত্ৰী এভিলিন শৰ্মাঃ মুকলি কৰিলে এপ'ল প্ৰিমিয়াৰ বিপণি- 3


কলা ফ্ৰকৰ সৈতে হাই হিলচ পিন্ধি অহা এই অভিনেত্ৰী গৰাকীৰ কিছু ফটো এক্সক্লুচিভলি চাওঁক ৰূপালী পৰ্দাতঃ

গুৱাহাটীত উপস্থিত বলীউডৰ অভিনেত্ৰী এভিলিন শৰ্মাঃ মুকলি কৰিলে এপ'ল প্ৰিমিয়াৰ বিপণি- 4
গুৱাহাটীত উপস্থিত বলীউডৰ অভিনেত্ৰী এভিলিন শৰ্মাঃ মুকলি কৰিলে এপ'ল প্ৰিমিয়াৰ বিপণি- 5
গুৱাহাটীত উপস্থিত বলীউডৰ অভিনেত্ৰী এভিলিন শৰ্মাঃ মুকলি কৰিলে এপ'ল প্ৰিমিয়াৰ বিপণি- 6

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.