Rupaliparda.com
"বিশ্বজিৎ বৰাৰ ওপৰত সদায় অভিযোগ উঠে…": বিশ্বজিৎ বৰা 1

“বিশ্বজিৎ বৰাৰ ওপৰত সদায় অভিযোগ উঠে…”: বিশ্বজিৎ বৰা

২০১৬ চনত মুক্তিপ্ৰাপ্ত ছবি “বহ্নিমান” তথা ২০১৮ চনত মুক্তিপ্ৰাপ্ত “ৰক্তবীজ” ৰ পৰিচালক বিশ্বজিৎ বৰাৰ পৰিচালনাৰে আহি আছে আন এখন অসমীয়া ছবি “লখিমী”। প্ৰত্যেক দিনাখনেই একোখন নতুন অসমীয়া ছবিৰ মুক্তিৰ খবৰে বাৰুকৈয়ে চলচিত্ৰ জগতৰ প্ৰত্যেক শিল্পীৰ লগতে অসমীয়া ছবিৰ অনুৰাগীৰ মনতো উৎসাহৰ সৃষ্টি কৰিছে।

"বিশ্বজিৎ বৰাৰ ওপৰত সদায় অভিযোগ উঠে…": বিশ্বজিৎ বৰা 2


বিশ্বজিৎ বৰাৰ আগন্তুক এই ছবিখনৰ কাহিনী কেনেধৰণৰ হ’ব অথবা তেওঁৰ ছবিখনক লৈ থকা কিছু ভাৱ; আহক জানো পৰিচালক গৰাকীৰ মুখৰেই-


“লখিমী” ত অভিনীত কলা-কুশলীৰ নাম ৰূপালী পৰ্দাক জনোৱাৰ লগতে এই ছবিখনৰ যোগেৰে পৰিচালক বিশ্বজিৎ বৰাই তেওঁৰ ওপৰত লগা কিছু অভিযোগকো নস্যাৎ কৰিব বিচাৰিছে-


“ৰক্তবীজ” ও “বহ্নিমান” ৰ পৰিচালক গৰাকী তেওঁৰ আহিবলগীয়া ছবি “লখিমী” ক অসমীয়া সাধাৰণ ৰাইজক উপহাৰ ৰূপে দিয়াৰ লগতে ছবিখনক লৈ তেওঁ যথেষ্ট আশাবাদী।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform