Rupaliparda.com
ক্ষন্তেকতে অতিক্ৰম ১০ লাখ লাইকঃ বিৰাট-অনুষ্কাৰ হিট যুঁটি 1

ক্ষন্তেকতে অতিক্ৰম ১০ লাখ লাইকঃ বিৰাট-অনুষ্কাৰ হিট যুঁটি

বলীউড তথা ক্ৰিকেট জগতৰ আটাইতকৈ পচন্দৰ যুঁটি হৈছে বিৰাট-অনুষ্কাৰ। চচিয়েল মিডিয়াত যেতিয়াই এই যুঁটিটোৰ কোনো ফটো আপলোড কৰা হয় তেতিয়াই ফটোখন ভাইৰেল হৈ পৰে।

https://www.instagram.com/p/B4B6CE8Ftc3/?utm_source=ig_web_copy_link
ক্ষন্তেকতে অতিক্ৰম ১০ লাখ লাইকঃ বিৰাট-অনুষ্কাৰ হিট যুঁটি 2


ইনষ্টাগ্ৰাম একাউন্টত বিৰাট কোহলীয়ে ফটোখন আপলোড কৰা মাত্ৰকে তাত ১০ লাখতকৈ অধিক লাইক দেখিবলৈ পোৱা গৈছে। আছলতে, এয়া প্ৰথমবাৰ নহয় য’ত উক্ত যুঁটিটোৰ ফটোৱে দৰ্শকক আকৰ্ষিত কৰিছে; দৰ্শকে ফটোখনত লাইক দিয়াৰ উপৰিও যুঁটিটোৰ ফটো নিজ নিজ একাউন্টত শ্বেয়াৰো কৰে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform