Rupaliparda.com
সংবাদ মাধ্যমৰ টি.আৰ.পি ৰ আঁৰৰ কাহিনীৰে অসমীয়া ছবি "টি আৰ পি আৰু"- 1

সংবাদ মাধ্যমৰ টি.আৰ.পি ৰ আঁৰৰ কাহিনীৰে অসমীয়া ছবি “টি আৰ পি আৰু”-

২০১৪ চনত মৃদুল গুপ্তাৰ পৰিচালনাৰে তথা মণিমালা দাসৰ এটি গুৰুগম্ভীৰ কাহিনীৰে মুক্তি লাভ কৰিছিল এখন অসমীয়া ছবি “টি আৰ পি আৰু”। ব্যক্তিগত সংবাদ মাধ্যম সমূহৰ মাজত চলা টি আৰ পি প্ৰতিযোগিতাৰ নগ্ন স্বৰূপ দাঙি ধৰা হৈছিল উক্ত ছবিখনৰ মাজেৰে।

সংবাদ মাধ্যমৰ টি.আৰ.পি ৰ আঁৰৰ কাহিনীৰে অসমীয়া ছবি "টি আৰ পি আৰু"- 2
সংবাদ মাধ্যমৰ টি.আৰ.পি ৰ আঁৰৰ কাহিনীৰে অসমীয়া ছবি "টি আৰ পি আৰু"- 3


অতিৰিক্ত ৰহণ সানি প্ৰস্তুত কৰা নিউজ, সত্যাসত্য বিচাৰ নকৰাকৈ কোনো বাতৰিৰ পৰিৱেশন ইত্যাদি দাঙি ধৰা হৈছিল এই ছবিখনৰ মাজেৰে। অসম ৰাজ্যিক চলচিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম আৰু জে আৰ এন্টাৰপ্ৰাইজৰ প্ৰযোজনাৰে নিৰ্মিত এই ছবিখনৰ মূখ্য চৰিত্ৰত অভিনয় কৰিছিল উৰ্মিলা মহন্ত, গুঞ্জন ভৰদ্বাজ, ফেৰীপ্ৰিয়া আহমেদ আৰু প্ৰিন্স চৌহানে।

Add comment

Leave a Reply

Most popular

Your Header Sidebar area is currently empty. Hurry up and add some widgets.