Rupaliparda.com
মাতৃৰ দৰেই জীয়ৰীঃ ঐশ্বৰ্য্যৰ সৈতে তুলনা আৰাধ্যাক- 1

মাতৃৰ দৰেই জীয়ৰীঃ ঐশ্বৰ্য্যৰ সৈতে তুলনা আৰাধ্যাক-

অমিতাভ বচ্চন তথা ঐশ্বৰ্য্য ৰয় বচ্চনৰ জীয়ৰী আৰাধ্যা বচ্চনে আজি ৮ বছৰ সম্পূৰ্ণ কৰিলে। প্ৰত্যেকবছৰেই আজিৰ দিনটো বচ্চন পৰিয়ালে এক উৎসৱৰ দৰে পালন কৰে। আৰাধ্যা জন্মদিনৰ দিনাই চচিয়েল মিডিয়াত তেওঁৰ কিছু ফটো ভাইৰেল হৈ পৰিছে; য’ত তেওঁক হুবহু নিজৰ মাতৃ ঐশ্বৰ্য্যৰ দৰেই দেখাত লাগিছে।


আৰাধ্যাৰ এনে ফটোসমূহে এতিয়া দৰ্শকৰ দৃষ্টি আৰ্কষণ কৰিবলৈ সক্ষম হৈছে। “পপুলাৰ ষ্টাৰ কিড” সমূহৰ ভিতৰত অন্যতম হৈছে বচ্চন পৰিয়ালৰ এই শিশু গৰাকী।

মাতৃৰ দৰেই জীয়ৰীঃ ঐশ্বৰ্য্যৰ সৈতে তুলনা আৰাধ্যাক- 2


আৰাধ্যাক প্ৰায় নিজৰ মাতৃৰ সৈতে হাতত ধৰি অহা-যোৱা কৰা দেখিবলৈ পোৱা যায়। ঐশ্বৰ্য্য ৰায়ে তেওঁৰ সন্তানৰ লগত বেছি সময় কটাও বুলিও বিভিন্ন মিডিয়া যোগে ইতিমধ্যে মন্তব্য কৰিছে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform