Rupaliparda.com
ইলিয়ানাই নাকচ কৰিছিল ছলমানৰ দুখন ছবিঃ 1

ইলিয়ানাই নাকচ কৰিছিল ছলমানৰ দুখন ছবিঃ

ৰণৱীৰ কাপুৰ, অজয় দেৱগণ তথা শ্বাহিদ কাপুৰ আৰু বৰুণ ধৱনৰ সৈতে অভিনীত অভিনেত্ৰী ইলিয়ানা ডিক্ৰুজৰ অনুৰাগীয়ে তেওঁক ছলমান খানৰ সৈতে চাবলৈ বিচাৰিছিল। কিন্তু, এই সন্দৰ্ভত ইলিয়ানাই দিয়া উত্তৰে বহু লোকক আচৰিত কৰি তুলিছে।

ইলিয়ানাই নাকচ কৰিছিল ছলমানৰ দুখন ছবিঃ 2
ইলিয়ানাই নাকচ কৰিছিল ছলমানৰ দুখন ছবিঃ 3


অভিনেত্ৰী গৰাকীয়ে কয় যে, তেওঁক “কিক” আৰু ৱান্টেড” ৰ বাবে অফাৰ দিয়া হৈছিল কিন্তু কিছু ব্যক্তিগত কাৰণৰ বাবে তেওঁ ছবি দুখন নাকচ কৰিছিল। “ৱান্টেড” ৰ সময়ত অভিনেত্ৰী গৰাকীৰ পৰীক্ষা চলি থকাৰ বাবে লগতে তাৰিখ অইন ছবিক দি থোৱা বাবে ইলিয়ানাই “কিক” ছবিখন কৰিব পৰা নাছিল। অভিনেত্ৰী গৰাকীয়ে ছবি দুখন কৰিব নোৱাৰা দুখ এটা বৰ্তমানো আছে বুলি জানিবলৈ দিয়ে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.