Rupaliparda.com
২০২০ চনৰ ১৫ ফেব্ৰুৱাৰীত গুৱাহাটী ভৰিব বলীউড তাৰকাৰেঃ 1

২০২০ চনৰ ১৫ ফেব্ৰুৱাৰীত গুৱাহাটী ভৰিব বলীউড তাৰকাৰেঃ

আগন্তুক বৰ্ষ অহাৰ পূৰ্বেই কিছু শুভ বাৰ্তাই দৰ্শকক উৎসাহিত কৰি তুলিছে। দীৰ্ঘদিনৰ পৰা বহু চৰ্চিত ৰূপত থকা বিষয়টো হৈছে “ফিল্মফেয়াৰ ২০২০”। আছলতে, আগন্তুক ২০২০ চনৰ দ্বিতীয় মাহতেই বলীউডৰ তাৰকাৰে ভৰি পৰিব গুৱাহাটী মহানগৰী।

২০২০ চনৰ ১৫ ফেব্ৰুৱাৰীত গুৱাহাটী ভৰিব বলীউড তাৰকাৰেঃ 2
২০২০ চনৰ ১৫ ফেব্ৰুৱাৰীত গুৱাহাটী ভৰিব বলীউড তাৰকাৰেঃ 3


হয়, ঠিকেই শুনিছে অহা ২০২০ চনৰ ১৫ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব বলীউডৰ সৰ্ববৃহৎ এৱাৰ্ড শ্ব’ “ফিল্মফেয়াৰ ২০২০”। উক্ত বিষয় সম্পৰ্কে চলিত মাাহৰ ২৫ তাৰিখে টাইমছ অৱ ইণ্ডিয়াৰে সৈতে অসম পৰ্যটন বিভাগে চুক্তি কৰিব। হোটেল তাজ ভিভান্তাত কৰা হ’ব এই চুক্তি। উল্লেখ্য যে, ১০ হাজাৰ দৰ্শকে ফিল্মফেয়াৰ লাইভ চাবলৈ সুবিধা লাভ কৰিব।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.