বলীউডৰ “ব্লেক” ছবিখনৰ জনপ্ৰিয় “হা মেইনে চুকৰ দেখা হে” গীতটিৰ ৰিপ্ৰাইজ সংস্কৰণটোত কন্ঠদান কৰিছিল অসমীয়া কন্ঠশিল্পী ঋতৃষা শৰ্মাই। কিছুদিন পূৰ্বে মুক্তিপ্ৰাপ্ত এই গীতটিয়ে শ্ৰোতাক আকৰ্ষণ কৰিবলৈও সক্ষম হৈ পৰিছিল।
“Yash Raj Films” প্ৰডাকচন হাউচৰ বেনাৰত কন্ঠদান কৰিবলৈ পাই ঋতৃষা শৰ্মা সুখী হোৱাৰ উপৰিও তেওঁ সৰুৰ পৰাই যে এই গীতটিৰ অনুৰাগী আছিল সেই কথাও বহুবাৰ চচিয়েল মিডিয়া যোগে দৰ্শকক জানিবলৈ দিছে।

উক্ত গীতটিৰে আজি সন্ধিয়া ৬ বজাত মুক্তি লাভ কৰিব এটি “লিৰিকেল ভিডিঅ”। ঋতৃষা শৰ্মাৰ ব্যক্তিগত ইউটিউব চেনেলতে মুক্তি লাভ কৰিব এই গীতটিয়ে।
Add comment