সতিনীৰ মাজত গঢ়ি উঠিল বন্ধুত্ব। ইজনীয়ে সিজনীৰ লগত উঠিলে ফটো; এই ফটোৱে এতিয়া খলকনি লগাইছে চচিয়েল মিডিয়াত। হয়, আপোনালোকে ঠিকেই শুনিছে। ৰীল লাইফত “সতিনী” চৰিত্ৰ ৰূপায়ন কৰা দুগৰাকী অভিনেত্ৰী ৰিয়েল লাইফত হৈছে “বেষ্ট ফ্ৰেইণ্ড”।
আমি আপোনালোকক কৈছো “তোমাৰ মৰমে মোক” ধাৰাবাহিকখনৰ মূখ্য চৰিত্ৰ ৰূপায়ন কৰা মল্লিকা আৰু পাৰিজাতৰ কথা। ৰীল লাইফত বিভিন্ন যুদ্ধ তথা কথাৰ কটা-কটি চলি থকা এই দুগৰাকী অভিনেত্ৰী ক্ৰমে কৰৱী আৰু ময়ূৰী ৰিয়েল লাইফত এগৰাকী আন গৰাকীৰ প্ৰিয় বান্ধৱী।


শ্বুটিঙ সময়ছোৱাৰ বিভিন্ন ফটো তথা ভিডিঅ’য়ো একেলগে শ্বেয়াৰ কৰে অভিনেত্ৰী দুগৰাকীয়ে। চাওঁক এই ফটোঃ
Add comment