Rupaliparda.com
দীপিকাৰ টেঁটুৰ প্ৰশ্নত অভিনেত্ৰী গৰাকীৰ ৰসাল উত্তৰঃ 1

দীপিকাৰ টেঁটুৰ প্ৰশ্নত অভিনেত্ৰী গৰাকীৰ ৰসাল উত্তৰঃ

বি-টাউনৰ জনপ্ৰিয় অভিনেত্ৰী দীপিকা পাডুকন বৰ্তমান ব্যস্ত তেওঁৰ আগন্তুক ছবি “ছপাক” ৰ প্ৰমোচনক লৈ। এই প্ৰমোচনৰ সময়ছোৱাত দীপিকাৰ ষ্টাইল, ফেশ্বনকে আদি কৰি দীপিকাৰ ডিঙিৰ টেটুঁলৈ দৰ্শকে পৰ্যবেক্ষণ কৰে। দৰ্শকে যেতিয়া দীপিকাৰ ডিঙিত “আৰ.কে” টেটুঁটো দেখা পোৱা নাছিল তেতিয়া অভিনেত্ৰী গৰাকীক বিভিন্ন প্ৰশ্নৰে থকা-ঠৰকা কৰা দেখিবলৈ পোৱা গৈছিল।

দীপিকাৰ টেঁটুৰ প্ৰশ্নত অভিনেত্ৰী গৰাকীৰ ৰসাল উত্তৰঃ 2
দীপিকাৰ টেঁটুৰ প্ৰশ্নত অভিনেত্ৰী গৰাকীৰ ৰসাল উত্তৰঃ 3


এক সাক্ষাৎকাৰ যোগে যেতিয়া অভিনেত্ৰী দীপিকাক “টেটুঁ” ৰ বিষয়ে প্ৰশ্ন কৰা হৈছিল তেতিয়া তেওঁ উত্তৰ দিয়ে যে, “মোৰ চুলি বৰ্তমান মোৰ ছাৰ্টৰ ভিতৰলৈ সোমাই ৰখা হৈছে;এইকাৰণে মই গম পোৱা নাই মোৰ টেটুঁটো তাত আছে নে নাই।” অভিনেত্ৰী গৰাকীৰ এই উত্তৰে দৰ্শকক হাঁহিবলৈ বাধ্য কৰে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.