Rupaliparda.com
অভিনেত্ৰী নিশিতাৰ "বিছলেৰী" বিজ্ঞাপনৰ "ৰি-শ্বুট"- 1

অভিনেত্ৰী নিশিতাৰ “বিছলেৰী” বিজ্ঞাপনৰ “ৰি-শ্বুট”-

“বিছলেৰী” ৰ বিজ্ঞাপন যোগে হোৱা ভুলৰ বাবে অসমবাসীৰ আগত অৱশেষত ক্ষমা প্ৰাৰ্থনা অভিনেত্ৰী নিশিতা গোস্বামীৰ। বিভিন্ন লোকৰ ট্ৰোলৰ সন্মুখীন হোৱা পিছতেই অভিনেত্ৰী গৰাকীয়ে ক্ষমা বিচাৰিলে ৰাইজৰ সমুখত। ইয়াৰ পিছতেই, “বিছলেৰী” উক্ত বিজ্ঞাপনটো পুনৰাই শ্বুট কৰি জনসাধাৰণৰ ওচৰত উলিয়াই দিয়া হয়। তলত চাওঁক ইয়াৰ ভিডিঅ’-

View this post on Instagram

Re Shoot

A post shared by Nishita Goswami (@nishitagoswami01) on


আছলতে, “বিছলেৰী” ৰ এটা বিজ্ঞাপনত অভিনেত্ৰী গৰাকীয়ে ইংৰাজী নৱবৰ্ষক “অসমীয়া নৱবৰ্ষ” বুলি উচ্চাৰণ কৰে। আৰু, ইয়াৰ পিছতেই ককৰ্থনাৰ সন্মুখীন হ’বলগীয়া হয় অভিনেত্ৰী নিশিতা।

অভিনেত্ৰী নিশিতাৰ "বিছলেৰী" বিজ্ঞাপনৰ "ৰি-শ্বুট"- 2
অভিনেত্ৰী নিশিতাৰ "বিছলেৰী" বিজ্ঞাপনৰ "ৰি-শ্বুট"- 3

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform