Rupaliparda.com

মুক্তি লাভ কৰিলে ৰাজশ্ৰীৰ “আলসুৱা”-

মুক্তি লাভ কৰিছে ৰাজশ্ৰী শইকীয়াৰ কন্ঠৰে গীত “আলসুৱা”। অনুৰাগী সকলৰ মাজত বিগত কেইবাদিনৰ পৰাই কন্ঠশিল্পী গৰাকীয়ে গীতটিক লৈ বিভিন্ন ধৰণে চচিয়েল মিডিয়া যোগে পোষ্ট কৰি আহিছিল। গীতটি মুক্তি লাভ কৰা কেইঘন্টামান পিছতেই এতিয়া ই শ্ৰোতাক আকৰ্ষিত কৰি তুলিছে বুলি একাষাৰে ক’ব পৰা যায়।

https://www.instagram.com/p/B77fEDpnUFc/?utm_source=ig_web_copy_link
মুক্তি লাভ কৰিলে ৰাজশ্ৰীৰ "আলসুৱা"- 1


গীতটিৰ ভিডিঅ’ ত ৰাজশ্ৰীৰ সৈতে অভিনয় কৰিছে নৱ-প্ৰজন্মৰ মাজত জনপ্ৰিয় হৈ উঠা অভিনেতা কিশোৰ দাসে। উক্ত গীতটিত যুঁটীয়াভাৱে কন্ঠদান কৰিছে বিদ্যুৎ বিকাশে লগতে ইয়াত সংগীত দিছে অনুপম কুৱৰে। গীতটি জগত প্ৰতিম ভৰালীয়ে লিখিছে আৰু শব্দ সংমিশ্ৰণ কৰিছে কৌষ্টভ শইকীয়াই।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.