Rupaliparda.com
"মাজুলী" টু "মুম্বাই"ঃ নীলোৎপল বৰাৰ শুভ জন্মদিন- 1

“মাজুলী” টু “মুম্বাই”ঃ নীলোৎপল বৰাৰ শুভ জন্মদিন-

অসমীয়া সংগীত জগতত জনপ্ৰিয় এটা নাম হৈছে নিলোৎপল বৰাৰ। “মাজুলী” শীৰ্ষক এটি গীতেৰে দৰ্শকৰ হৃদয় জিনা এই গৰাকী শিল্পীয়ে ৰাষ্ট্ৰীয় ক্ষেত্ৰতো নিজৰ নাম উজ্বলাবলৈ সক্ষম হৈছে। এই শিল্পী গৰাকীৰ জন্মদিনত ৰূপালী পৰ্দাৰ ফালৰ পৰা জনাইছো অশেষ শুভকামনা।

"মাজুলী" টু "মুম্বাই"ঃ নীলোৎপল বৰাৰ শুভ জন্মদিন- 2
"মাজুলী" টু "মুম্বাই"ঃ নীলোৎপল বৰাৰ শুভ জন্মদিন- 3


বিশাল আকাৰত অনুৰাগী গোটোৱা নিলোৎপল বৰাৰ এতিয়া কেৱল মাত্ৰ নামটোৱেই যথেষ্ট। গপচপ ৰেডিঅ ৯৪.৩ টো এই গৰাকী কন্ঠশিল্পী এবছৰ ধৰি কৰ্মৰত হৈ আছিল। ২০১৩ চনত “চেভেন আনপ্লাগ” ৰে সংগীত জগতত খোজ পেলোৱা এই গৰাকী কন্ঠশিল্পীৰ কন্ঠৰে শুনোচোন আহক কেইটিমান গীতঃ

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.