Rupaliparda.com

Author -

"Voice of Clubhouse (Tamil)" ৰ ফাইনেলিষ্ট প্ৰিয়াক্ষী পাচনীলৈ শুভকামনাঃ 1

“Voice of Clubhouse (Tamil)” ৰ ফাইনেলিষ্ট প্ৰিয়াক্ষী পাচনীলৈ শুভকামনাঃ

‘Club House’, চচিয়েল মিডিয়াত চলি থকা এই বিশেষ নামটো কি অথবা ই কেনেধৰণে কাম কৰি আছে সেয়া হয়টো আপোনালোকক আকৌ এবাৰ বুজাই দিয়াৰ প্ৰয়োজন নাই। যুৱপ্ৰজন্মৰ একাংশই ব্যস্ত এই ‘Club House’ য়ে তেখেতসকলক...

একেখন হিন্দী ধাৰাবাহিকত দুই বান্ধৱী সুৰভী দাস-সুকন্যা বৰুৱা, উৎসাহিত অনুৰাগীঃ 5

একেখন হিন্দী ধাৰাবাহিকত দুই বান্ধৱী সুৰভী দাস-সুকন্যা বৰুৱা, উৎসাহিত অনুৰাগীঃ

অসমৰ পৰা গৈ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত নাম উজ্বলাই ৰখা প্ৰায় প্ৰত্যেকগৰাকী অসম সন্তানৰ প্ৰকল্প সমূহ আমাৰ বাবে ভাললগা, কাৰণ ই আমাক প্ৰতিটো সময়ত গৌৰৱান্বিত কৰি তোলে। শেহতীয়াকৈ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত দুগৰাকী অসম কন্যাই উজ্বলাইছে...

"সংগীত মোৰ মন আৰু অনুভৱৰ সৈতে জড়িত"- ডেভিদ কাশ্যপ 6

“সংগীত মোৰ মন আৰু অনুভৱৰ সৈতে জড়িত”- ডেভিদ কাশ্যপ

সৰুৰে পৰা যেতিয়া এটা বস্তু দেখি থকা হয় তেতিয়া সেই বস্তুটোৰ প্ৰতি আগ্ৰহ ক্ৰমান্বয়ে বৃদ্ধি পাই গৈ থাকে। আমি কেতিয়া সেই বস্তুটোৰ প্ৰতি ইমান আকৰ্ষিত হওঁ ধৰিবই নোৱাৰো; ঠিক তেনেদৰে, আমি যেতিয়াই কোনো সংগীতশিল্পী অথবা...

ৰাজ কুন্দ্ৰাৰ গাড়ীৰ আগে আগে দৌৰ শিল্পা ছেট্টীৰ দেহৰক্ষীৰ, ট্ৰোল হোৱাৰ লগতে লাভ কৰিলে প্ৰশংসাওঃ 9

ৰাজ কুন্দ্ৰাৰ গাড়ীৰ আগে আগে দৌৰ শিল্পা ছেট্টীৰ দেহৰক্ষীৰ, ট্ৰোল হোৱাৰ লগতে লাভ কৰিলে প্ৰশংসাওঃ

বলীউড অভিনেত্ৰী শিল্পা ছেট্টীৰ স্বামী ব্যৱসায়ী ৰাজ কুন্দ্ৰাই শেহতীয়াকৈ জামিন লাভ কৰিছে। বিগত ১৯ জুলাই তাৰিখে তেখেতক ক্ৰাইম ব্ৰান্সে অশ্লীল ছবি নিৰ্মাণ কৰাৰ ফলত গ্ৰেপ্তাৰ কৰিছিল। তেওঁ দুমাহ ধৰি কাৰাগাৰত থকা পিছতেই ২০...

পজিটিভ তৰালী শৰ্মা, ইতিবাচক বাৰ্তাৰে প্ৰতিদিনে জনসাধাৰণক আপ্লুত কৰে তেওঁঃ 10

পজিটিভ তৰালী শৰ্মা, ইতিবাচক বাৰ্তাৰে প্ৰতিদিনে জনসাধাৰণক আপ্লুত কৰে তেওঁঃ

এগৰাকী বহুলভাৱে সমাদৃত সংগীতশিল্পীয়ে কেৱল মাত্ৰ নিজ কণ্ঠ, সুৰ-সংগীতেৰেই নহয়, তেওঁৰ কথাবোৰেৰেও অনুৰাগী কৰি তুলিবলৈ সক্ষম হয় আমাক। অসমীয়া সংগীতক্ষেত্ৰখনত বহুলভাৱে সমাদৃত বুলি ক’বলৈ গ’লে আমাৰ মনলৈ তৰালী শৰ্মাৰ...

"কুঁৱাৰ পৰা সাগৰলৈ মই মোৰ এই যাত্ৰা অব্যাহত ৰাখিছোঁ"- লভা হাজৰিকা চিৰলা (লখিমী) 13

“কুঁৱাৰ পৰা সাগৰলৈ মই মোৰ এই যাত্ৰা অব্যাহত ৰাখিছোঁ”- লভা হাজৰিকা চিৰলা (লখিমী)

এগৰাকী অসম কন্যা, বৰ্তমান মাৰ্কিন যুক্তৰাষ্ট্ৰৰ নিবাসী। তৎস্বত্বেও, অসমবাসীৰ প্ৰতি শ্ৰদ্ধা তথা অপাৰ মৰম তেওঁৰ। অহা কাইলৈ মুক্তি পাবলগীয়া অসমীয়া ছবি ‘লখিমী’ ত তেখেতে মুখ্য চৰিত্ৰটি ৰূপায়ণ কৰিছে। লগতে, আশা...

অলংকৃতা আৰু ৰূপাংকৃতা কলিতাৰ নতুন গীত 'শৰতৰ নিয়ৰে'- 16

অলংকৃতা আৰু ৰূপাংকৃতা কলিতাৰ নতুন গীত ‘শৰতৰ নিয়ৰে’-

বিগত বহুদিনৰ অন্তত আকৌ এবাৰ ‘ওৱণ্ডাৰ চিষ্টাৰচ’ ৰাইজৰ কাষ চাপিবলৈ সাজু হৈছে। অলংকৃতা আৰু ৰূপাংকৃতা কলিতাৰ ‘শৰতৰ নিয়ৰে’ শীৰ্ষক নতুন গীতটিৰ বাবে তেওঁলোকৰ অনুৰাগীসকল উৎসাহিত হৈ পৰিছে। চচিয়েল মিডিয়াত...

ক্লিফ মিউজিক এৱাৰ্ড' ৰ ঘোষণা, ডনী হাজৰিকালৈ বিশেষ সন্মানঃ 17

ক্লিফ মিউজিক এৱাৰ্ড’ ৰ ঘোষণা, ডনী হাজৰিকালৈ বিশেষ সন্মানঃ

ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত প্ৰতিষ্ঠিত প্ৰতিগৰাকী অসম সন্তানে আমাক প্ৰতিটো সময়ত গৌৰৱান্বিত কৰি ৰাখে। তেওঁলোকৰ সৃষ্টি সমূহ কেৱলমাত্ৰ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটতেই নহয়, সমগ্ৰ অসমতেই জনপ্ৰিয় হৈ পৰে। আপোনালোকে নিশ্চয় ডনী হাজৰিকাৰ...

ঋতৃষা শৰ্মাৰ সাংগীতিক যাত্ৰাৰ বাস্তৱ কাহিনীৰে 'তুমি আছা মানে মই আছো' ৰ ফাৰ্ষ্ট লুক পোষ্টাৰ মুকলি, লগত জুবিন গাৰ্গ 20

ঋতৃষা শৰ্মাৰ সাংগীতিক যাত্ৰাৰ বাস্তৱ কাহিনীৰে ‘তুমি আছা মানে মই আছো’ ৰ ফাৰ্ষ্ট লুক পোষ্টাৰ মুকলি, লগত জুবিন গাৰ্গ

সপোনক সাৰ্থকতাৰ দিশে অগ্ৰসৰ কৰিবলৈ কাৰনো মন নাযায়? আমি প্ৰত্যেকেই একোটা সপোনক বুকুত বান্ধি ঘূৰি ফুৰোঁ আৰু ইয়াক সাৰ্থক কৰিবলৈ অহোপুৰুষাৰ্থ কৰাত ব্যস্ত হৈ পৰোঁ। কিন্তু, কথাতে কয় নহয় প্ৰতিটো বস্তুৰেই এটা নিৰ্দ্দিষ্ট সময়...

The Ultimate Managed Hosting Platform