Rupaliparda.com

Filmmaker Dr. Shankar Borua talks about his new film BLUE OCEAN –Prantik Deka

Dr. Shankar Borua is a distinguished scholar-practitioner, filmmaker, entrepreneur, and startup mentor with over two decades of multifaceted experience across academia, creative industries, and entrepreneurial ecosystems in both North America and...

Heartfelt Revelation: Selena Gomez Emotionally Opens Up About Her Struggles with Motherhood

“Selena Gomez Opens Up About Motherhood and Her Inability to Bear Children” Selena Gomez has recently shared personal insights into her journey towards motherhood, revealing a heartfelt and sincere discussion about her inability to carry...

সুন্দৰপুৰ কেয়ছ, ঝুলন কৃষ্ণ মহন্তৰ চিনেকৰ্ম / ৰাফ-কাট –উৎপল মেনা

এখন অসমীয়া চিনেমাৰ চৰ্চা, সামাজিক মাধ্যমত। পৰিপাটি চৰ্চা। প্ৰতিটো “চৰ্চা” যেন একোটা গল্প। সন্দেহ নাই– প্ৰতটো “চৰ্চা”ই চুই গৈছে সামাজিক মাধ্যমৰ সৈতে সম্পৰ্ক ৰখা চিত্ৰ ৰসিকক। চিনেমা খনৰ নাম– “সুন্দৰপুৰ...

দ্য লাষ্ট অ’নাৰ – এক অন্য জীৱনৰ উপস্থাপন

“দীর্ঘদিন ধৰি কেতিয়াবা কষ্টিউম ডিজাইনাৰ হিচাপে, কেতিয়াবা মুখ্য সহকাৰী পৰিচালক হিচাপে আৰু কেতিয়াবা প্ৰযোজক হিচাপে অসমীয়া চলচিত্ৰৰ সৈতে জড়িত হৈ আছিলোঁ। প্রথমবাৰৰ বাবে নিজাকৈ এখন চলচিত্ৰ পৰিচালনা কৰাৰ পাছত সেইখন চলচ্চিত্রই ঢাকাৰ দৰে সন্মানীয় এক মহোৎসৱত...

ৰাফ cut : কৃপাল কলিতা ||– উৎপল মেনা

আমাৰ প্ৰশ্ন : প্ৰথমে জানিব বিছাৰিম আপোনাৰ ‘সফলতা’ক আপুনি কেনেদৰে বিশ্লেষণ কৰিব? – হয় ,’ব্ৰীজ’ৰ কথা কৈছো। কৃপাল কলিতা : আমাৰ মনৰ কথা খিনি জানিব বিচৰা বাবে প্ৰথমে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰথম প্ৰশ্নটোৰ উত্তৰত...

Past Interviews

"শিল্পী" শব্দটো অৱশ্যে এনেই কাৰোবাৰ নামৰ সৈতে জড়িত কৰি দিব পৰা এটা শব্দ নহয়"- সূৰ্য্য প্ৰকাশ মেধি 24

“শিল্পী” শব্দটো অৱশ্যে এনেই কাৰোবাৰ নামৰ সৈতে জড়িত কৰি দিব পৰা এটা শব্দ নহয়”- সূৰ্য্য প্ৰকাশ মেধি

উঠি অহা প্ৰজন্মৰ বহু যুৱক-যুৱতীৰ প্ৰতিভাই ইতিমধ্যে আপ্লুত কৰিছে জনসাধাৰণক। কোনোৱে যদি নতুনৰ আৱিষ্কাৰ কৰিছে আনহাতে কোনোৱে আকৌ লুপ্ত হ’বলৈ ধৰা বিষয়বোৰক আকৌ এবাৰ সাধাৰণজনৰ মাজলৈ উভতাই আনিছে; মুঠতে অবিৰত ধাৰাত চলি থকা এই...

“সৰুৰ পৰাই মই ক্ষেত্ৰখনৰ সৈতে জড়িত হৈছিলো বুলি কয় দিব নোৱাৰো”- সুৰজিৎ হাটীমূৰীয়া

অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখন আচলতে সক্ৰিয়; বৰ্তমান সময়ৰ প্ৰায় কেইবাগৰাকীও নৱপ্ৰজন্মই সক্ৰিয়তাৰে এই মনোৰঞ্জন ক্ষেত্ৰখনক আগবঢ়াই নিবলৈ চেষ্টা অব্যাহত ৰাখিছে। এইক্ষেত্ৰখনত শেহতীয়াকৈ জড়িত হোৱা একাংশৰ বিষয়ে ইতিমধ্যে আপোনালোকক...

“মই যেনেদৰে গেংগচ অফ ৱাচিপুৰ ভাল পাওঁ, ঠিক তেনেদৰে মই “মাছান” য়ো ভাল পাওঁ”- মৃন্ময় শইকীয়া

এগৰাকী পৰিচালকে প্ৰত্যেকদিনেই নিজ প্ৰকল্পত থকা প্ৰতিটো চৰিত্ৰকে গুৰুত্ব প্ৰদান কৰি নিজ সৃষ্টিক পূৰ্ণাংগ ৰূপ দিবলগীয়া হয়। সম্প্ৰতি সময়ৰ একাংশ নৱপ্ৰজন্মৰ পৰিচালকৰ পৰিচালনাৰ দিশটোত থকা সৰু সৰু কথাৰ জ্ঞানে তেওঁলোকক দৰ্শকৰ...

“প্ৰতিজন শিল্পীয়েই নিজ নিজ কৰ্মৰ প্ৰতি নিষ্ঠাৱান হোৱাটো প্ৰয়োজন”- ধ্ৰুৱজ্যোতি কাশ্যপ

এখন ছবি, চুটি ছবি, ধাৰাবাহিক অথবা একোটা ভিডিঅ’ গীতেই নহওঁক কিয় এই আটাইবোৰ দিশ পুংখানুপুংখ হৈ দৰ্শকৰ মাজত ওলাই আহিবলৈ হ’লে তাত পৰিচালনাৰ দিশটো সবল হোৱাটো গুৰুত্বপূৰ্ণ। এটা প্ৰকল্পৰ সৈতে জড়িত পৰিচালক গৰাকীয়ে...

“যাৰ কৰ্মৰাজি শিল্পৰ পৰ্যায়লৈ উন্নিত হৈ পৰে মোৰ দৃষ্টিত তেওঁয়েই শিল্পী”- প্লাবিতা শইকীয়াঃ

নতুন গীত, নতুন কন্ঠৰ আদৰণি প্ৰত্যেকেই প্ৰত্যেকদিনাই কৰা আমি দেখি আহিছো। আমি মনোৰঞ্জন ভাল পাওঁ আৰু আমি হতাশ হ’লে অকণমান মনোৰঞ্জনৰেই প্ৰয়োজন হয়। এই ক্ষেত্ৰখনত থকা সংগীতে আমাক প্ৰতিটো সময়ত জীপাল কৰে, আমাৰ একাংশই ৰাতি...

The Ultimate Managed Hosting Platform