Rupaliparda.com
আসিম ৰিয়াজলৈ মনত পেলাইছে হিমাংশীয়েঃ কৰিলে পোষ্ট 1

আসিম ৰিয়াজলৈ মনত পেলাইছে হিমাংশীয়েঃ কৰিলে পোষ্ট

জনপ্ৰিয় ৰিয়েলিটী শ্ব’ত বিগ বছ ১৩ ত দুটা নাম জনপ্ৰিয় হৈ উঠিছে সেইদুটা হৈছে ক্ৰমে আসিম ৰিয়াজ আৰু হিমাংশীৰ। দৰ্শকৰ আগত অসীমে উক্ত শ্ব’টোত হিমাংশী খুৰানাক প্ৰেমৰ প্ৰস্তাৱ দিয়াও দেখিবলৈ পোৱা গৈছিল। ইয়াৰ পিছতেই, প্ৰেমৰ এই নিৰ্দ্দিষ্ট সপ্তাহটোৰ দ্বিতীয়টো দিনত হিমাংশীয়ে অসমীলৈ মনত পেলাই চচিয়েল মিডিয়া যোগে এক পোষ্ট কৰে যিটো এতিয়া ভাইৰেল হৈ পৰিছে চচিয়েল মিডিয়াত। প্ৰ’প্ৰোজ ডে’ ৰ বাৰ্তা পঠিয়াই হিমাংশীয়ে এখন ফটো শ্বেয়াৰ কৰে চচিয়েল মিডিয়াত।

আসিম ৰিয়াজলৈ মনত পেলাইছে হিমাংশীয়েঃ কৰিলে পোষ্ট 2
আসিম ৰিয়াজলৈ মনত পেলাইছে হিমাংশীয়েঃ কৰিলে পোষ্ট 3


উল্লেখ্য যে, হিমাংশী শ্ব’টোৰ পৰা আউট হৈ যোৱা পিছতো কিছুদিন পূৰ্বে তেওঁ আসিমৰ কানেকচন হৈ আকৌ এবাৰ বিগ বছত খেলিবলৈ আহিছিল। তেতিয়াই, দুয়োগৰাকীৰ মাজত এক ভাল “কেমেষ্ট্ৰী” দেখিবলৈ পাইছিল দৰ্শকে। ইয়াৰ পিছতেই, তেওঁলোকৰ অনুৰাগীয়ে দুয়োগৰাকীক একেলগে দেখাৰ ইচ্ছা প্ৰকাশ কৰে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform