আপোনাৰ শিশুটি অভিনয়ৰ প্ৰতি আকৰ্ষিত নেকি?? যদি আকৰ্ষিত তেতিয়াহ’লে তেওঁলোকক এতিয়াই লয় আনক থিয়েটাৰ ভয়েজৰ দ্বাৰা আয়োজিত ১৬ দিনীয়া নাট্য কৰ্মশালালৈ। ৯ জুলাইৰ পৰা ২৪ জুলাইলৈ ৰাতিপুৱা ১০ টাৰ পৰা দুপৰীয়া ২ বজালৈ অনুষ্ঠিত হ’বলগীয়া কৰ্মশালাখনত ভাগ ল’ব পাৰিব ৬ ৰ পৰা ১৪ বছৰ বয়সৰ ছাত্ৰ-ছাত্ৰীয়ে। কৰ্মশালাৰ শেষৰ দিনা ভাগ লোৱা ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা এখন নাটকৰো আয়োজন কৰা হ’ব।

Add comment