আপোনাৰ শিশুটি অভিনয়ৰ প্ৰতি আকৰ্ষিত নেকি?? যদি আকৰ্ষিত তেতিয়াহ’লে তেওঁলোকক এতিয়াই লয় আনক থিয়েটাৰ ভয়েজৰ দ্বাৰা আয়োজিত ১৬ দিনীয়া নাট্য কৰ্মশালালৈ। ৯ জুলাইৰ পৰা ২৪ জুলাইলৈ ৰাতিপুৱা ১০ টাৰ পৰা দুপৰীয়া ২ বজালৈ অনুষ্ঠিত হ’বলগীয়া কৰ্মশালাখনত ভাগ ল’ব পাৰিব ৬ ৰ পৰা ১৪ বছৰ বয়সৰ ছাত্ৰ-ছাত্ৰীয়ে। কৰ্মশালাৰ শেষৰ দিনা ভাগ লোৱা ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা এখন নাটকৰো আয়োজন কৰা হ’ব।
You may also like
।। ‘আত্মলিপিৰ ১৬ খিলা আৰু…’ উন্মোচন ।।
৭ জুলিই। বিশিষ্ট সংগীত শিল্পী প্ৰভাত শৰ্মাৰ ওপজা দিনটো আজি গুৱাহাটীৰ অম্বিকাগিৰি নগৰৰ নিগাজী পামত থকা তেওঁৰ বাসভৱনত গাম্ভীৰ্যপূৰ্ণভাৱে উদযাপন কৰা হয় । এই উপলক্ষে জ্যেষ্ঠ সাংবাদিক উৎপল মেনা ৰচিত আৰু প্ৰকাশন প্ৰতিষ্ঠান...
Nagaland Taekwondo Team Triumphs with Bronze Medal Win, Earns Spot in National Games – A Momentous Achievement
“Triumphant Strikes: Nagaland’s Rising Stars Shine at National Taekwondo Championship” The Nagaland Taekwondo Association showcased its talents at the 40th Senior National Taekwondo Championship in...
‘গন্ধৰ্ব’ৰ উদ্যোগত সদৌ অসম ভিত্তিত চতুৰ্দশ বাৰ্ষিক ‘ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা’, সপ্তম বাৰ্ষিক জীৱন শিল্পী আদ্য শৰ্মা সোঁৱৰণী ‘চিত্ৰাংকণ প্ৰতিযোগিতা’ আৰু দ্বিতীয় বাৰ্ষিক ‘গন্ধৰ্ব’ নাট মহোৎসৱ -Prantik Deka
মালিগাঁৱৰ বৰিপাৰাস্থিত অভিনয় আৰু সংগীত প্ৰতিষ্ঠান ‘গন্ধৰ্ব’ৰ বিংশতিতম বৰ্ষপূৰ্তি উপলক্ষে অহা ৬ আৰু ৭ ডিচেম্বৰ, ২০২৪ তাৰিখে দুদিনীয়াকৈ দ্বিতীয় বাৰ্ষিক “গন্ধৰ্ব নাট মহোৎসৱ” মালিগাঁৱৰ বৰিপাৰাস্থিত কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া...
Emotional Triumph at 70th National Film Awards: Sooraj Barjatya Wins Best Director for Uunchai, Rishabh Shetty Powers Through as Best Actor for Kantara
The 70th National Film Awards were unveiled today at 1:30 PM, celebrating cinematic brilliance in Indian filmmaking. This year’s awards focus on films certified in 2022, showcasing the industry’s vibrancy and diversity...
Sanjay Dutt’s Shocking Moment: Why He Tossed Salman Khan’s Precious BMW M5 Keys Into the Sea
“Unbreakable Bond: The Legendary Friendship and Hilarious Antics of Bollywood Titans Salman Khan and Sanjay Dutt” In the glamour-filled world of Bollywood, some bonds are more cherished than others, and the...
।। Bhupen Hazarika: Volume-IV উন্মোচন ।।
“ভূপেন সাজৰিকা অসম আৰু পশ্চিমবংগৰ মাজত এক সবনন্নয়ৰ সাঁকো।”–এনেদৰে কয় “ভূপেন হাজৰিকা: বিশ্বসংস্কৃতিৰ কণ্ঠস্বৰ”ৰ লগতে ভালেমান অসম কেন্দ্ৰিক গ্ৰন্থ লিখা বঙ্গৰ সাহিত্যিক, কলকাতাৰ চেন্ট...
Add comment