নৱাজুদ্দিন চিদ্দিকী আৰু তমন্না ব্যস্ত “বলে চুড়িয়া” ৰ শ্বুটিঙক লৈ। মনী ৰয় ৰ পৰিৱৰ্তে তমন্নাক চিনেমাখনৰ লীড অভিনেত্ৰী হিচাপে পাই অভিনেতা নৱাজুদ্দিন চিদ্দিকীয়ে নিজ সুখ ব্যক্ত কৰাৰ লগতে তমন্নাক চিনেমাখনৰ বাবে “বেষ্ট হিৰইন” বুলিও কয়। ঠিক তেনেদৰে, অভিনেত্ৰী তমন্নাই চিনেমাখনত কাম কৰাৰ বাবে উৎসাহিত হয় থকা বুলি মিডিয়াৰ আগত জনোৱাৰ সমান্তৰালকৈ চিনেমাখনৰ স্ক্ৰীপটে তেওঁক আকৰ্ষিত কৰা বুলিও মত প্ৰকাশ কৰে।

Add comment