শেহতীয়াকৈ চচিয়েল মিডিয়াত আপলোড কৰা ফটোৰ জৰিয়তে বি-টাউন অভিনেত্ৰী মালাইকাই দিলে নিজৰ ফিটনেছ মন্ত্ৰ। “যোগ” হৈছে মন শান্ত ৰখা দেহক ফিট ৰখাৰ বাবে উত্তম আহিলা।
You may also like
ছায়া ছবি -৩, লাইভ মিউজিক আৰু অনন্য অনুভৱ
ৰূপম ভূঞাৰ ছবি প্ৰডাকশ্যনে যোৱা তিনিবছৰে ছায়া ছবি প্ৰকল্পৰ জৰিয়তে সংগীতৰ এক অনন্য অনুভৱ শ্ৰোতা-দৰ্শকক প্ৰদান কৰিবলৈ চেষ্টা কৰি আহিছে। কেইদিনমানৰ আগত মুক্তি লাভ কৰিছে ছায়া ছবি -৩য়ে। ৰূপম ভূঞাই এই প্ৰতিৱেদকক জনায় যে...
জিয়া- মুক্তিৰ পূৰ্বেই চৰ্চিত এখন চিনেমা
ঘৰুৱা হিংসাৰ বাবে স্বামীৰ পৰা পৃথক হোৱা এগৰাকী নাৰীৰ কাহিনীৰে নিৰ্মিত চিনেমা ‘জিয়া’ই মুক্তিৰ পূৰ্বেই অসমত চৰ্চা লাভ কৰিছে। বৰ্তমানৰ সমাজ ব্যৱস্থাটোত অকলশৰীয়া মাতৃৰ জীৱন সংগ্ৰামক ফুটাই তুলিবলৈ চেষ্টা কৰা হৈছে চিনেমাখনত।...
Article 370’s Explosive Debut: Yami Gautam’s Film Ignites Box Office with ₹5.7 Crore Opening
A Cinematic Dissection of a Political Milestone: Audiences Embrace Article 370 In an impressive opening day feat, Yami Gautam’s latest film “Article 370” soared at the box office with a robust...
দৰথীৰ বিষয়ে –উৎপল মেনা
“বৰনদী ভটিয়াই”– আমাৰ বাবে আছিল surprise, চিনে আশ্চর্য। ২০১৯ চনৰ ৩ মে’ তাৰিখে চিত্ৰগৃহলৈ আহিছিল– এই অসমীয়া চিনেমা খন। অনুপম কৌশিক বৰাৰ পৰিচালনা। চিনে আশ্চর্য আমাৰ বাবে এই কাৰণেই আছিল–...
Add comment