Rupaliparda.com

সুনীধিৰ জন্মদিন আৰু কেইটিমান ৰোমাণ্টিক গীতঃ

বলীউডৰ জনপ্ৰিয় গায়িকাৰ তালিকাখনত সুনীধি চৌহানৰ হৈছে সকলোৰে প্ৰিয়। হিন্দী গানৰ লগতে তেওঁ মাৰাঠী,কন্নড়,তেলেগু, তামিল, পঞ্জাৱী, বঙালী, অসমীয়া, নেপালী আৰু উৰ্দূ গীতটো কণ্ঠদান কৰিছে।

সুনীধিৰ জন্মদিন আৰু কেইটিমান ৰোমাণ্টিক গীতঃ 1


আমি আজি আপোনাক দিম সুনীধিৰ কেইটিমান জনপ্ৰিয় ৰোমাণ্টিক গীতৰ লিংক। য’ত আপুনি ক্লিক কৰাৰ লগে লগে শুনিবলৈ পাব তেওঁৰ গীতসমূহ-

১. “ফানা” ছবিখনৰ পৰা “দেখো না”-

২. “তাৰা ৰম পম” ছবিখনৰ “হে’ চনা”-

৩.”শিৱায়” ছবিখনৰ পৰা “দৰখাস্ত”-

৪.”চমেলী ছবিখনৰ পৰা “ভাগেৰে মন কহি”-

৫. “অৰমান” ছবিৰ “মেৰি জিন্দেগী মে আয়ে হ”

……… সুনিধিৰ কোনটো গীত বাৰু আপোনাৰ প্ৰিয়। কমেণ্ট কৰক আৰু জনাওঁক আপোনাৰ প্ৰিয় গীতটিৰ নাম।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.