Rupaliparda.com
হিমাংশু প্ৰসাদ দাসৰ কন্ঠত "আকৌ লগ পাম তোমাক"- 1

হিমাংশু প্ৰসাদ দাসৰ কন্ঠত “আকৌ লগ পাম তোমাক”-

হিমাংশু প্ৰসাদ দাসৰ সৃষ্টিত ব্যতিক্ৰমৰ সোঁৱাদ হয়টো প্ৰায় প্ৰত্যেকেই ইতিম্যধে লৈছে। তেওঁৰ অনুৰাগীৰ সংখ্যা তেওঁ চচিয়েল মিডিয়াত দিয়া যিকোনো এটা পোষ্টত কমেন্টৰ সংখ্যা অথবা ইউটিউব চেনেলত তেওঁৰ কবিতাত ভিউৱাৰছৰ সংখ্যা দেখিলেই বুজিব পৰা যায়।

হিমাংশু প্ৰসাদ দাসৰ কন্ঠত "আকৌ লগ পাম তোমাক"- 2
হিমাংশু প্ৰসাদ দাসৰ কন্ঠত "আকৌ লগ পাম তোমাক"- 3


গতিকে তেনে এক ব্যতিক্ৰমী চেষ্টাৰে আহি আছে “আকৌ লগ পাম তোমাক”। চলিত বৰ্ষৰ ২ অক্টোবৰ তাৰিখে মুক্তিপ্ৰাপ্ত গীতটোৰ কথা-সুৰ আৰু কন্ঠ হিমাংশু প্ৰসাদ দাসৰেই। ইয়াৰ লগতে সংগীত ব্যৱস্থাপনা পলাশ সূৰ্য্য গগৈৰ আৰু শব্দ সংমিশ্ৰণ দিগন্ত বৰদলৈৰ। ইতিমধ্যে গীতটিৰ ফাৰ্ষ্ট লুক পোষ্টাৰ মুকলি কৰি দিয়া হৈছে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.