Rupaliparda.com
বলীউডৰ কন্ঠশিল্পী যাৱেদ আলিৰ গীতত অভিনয় অসমীয়া তাৰকাৰঃ 1

বলীউডৰ কন্ঠশিল্পী যাৱেদ আলিৰ গীতত অভিনয় অসমীয়া তাৰকাৰঃ

ৰাষ্ট্ৰীয় ক্ষেত্ৰৰ কন্ঠশিল্পী তথা বলীউডৰ এগৰাকী জনপ্ৰিয় গায়ক যাৱেদ আলিৰ কন্ঠৰ গীতত অভিনয় কৰে অসমীয়া শিল্পীয়ে। অসমীয়া শিল্পী জগতৰ দুগৰাকী জনপ্ৰিয় তাৰকা ক্ৰমে উৎপল দাস আৰু হিমাক্ষী কলিতাই অভিনয় কৰে “বেহাড না কৰো” গীতটিত।

বলীউডৰ কন্ঠশিল্পী যাৱেদ আলিৰ গীতত অভিনয় অসমীয়া তাৰকাৰঃ 2


টাইমছ মিউজিক ইণ্ডিয়াৰ দ্বাৰা মুকলি কৰা এই গীতটিত সংগীত দিছে পলাশ সূৰ্য্য গগৈয়ে লগতে গীতটি লিখিছে চিত্ৰ দুধৰিয়াই। গীতটিৰ ভিডিঅ’ পৰিচালনাৰ আঁৰত আছে অমিতাভ বৰা। গীতটি মুকলি কৰা কিছু ঘন্টা পিছতেই ইয়াক দৰ্শকে আকোঁৱালি লয়।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.