Rupaliparda.com
লেডী স্পাইদাৰ" ৰূপত অসমীয়া অভিনেত্ৰীঃ পিছে কোননো এই "লেডী স্পাইদাৰ"? 1

লেডী স্পাইদাৰ” ৰূপত অসমীয়া অভিনেত্ৰীঃ পিছে কোননো এই “লেডী স্পাইদাৰ”?

লেডী স্পাইদাৰ ৰূপত আহিল এগৰাকী অসমীয়া অভিনেত্ৰী। ইখনৰ পিছত সিখন চিৰিত খোজ দি বগাই ওপৰলৈ উঠাৰ চেষ্টা কৰিছে অভিনেত্ৰী গৰাকীয়ে আৰু তাৰ পিছতেই তললৈ সৰি পৰিল অভিনেত্ৰী গৰাকী। পিছে কোন এই অভিনেত্ৰী?? এইগৰাকী হৈছে অসমীয়া চলচিত্ৰ জগতৰ মোহময়ী তথা জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱা।

https://www.instagram.com/p/B3glFgChi9T/?utm_source=ig_web_copy_link


নিজ ইনষ্টাগ্ৰাম একাউন্টত আপলোড কৰা এটা ভিডিঅ’যোগে তেওঁ নিজক #LadySpider ৰ আখ্যা দিছে। লণ্ডনস্থিত ট্ৰেম্পোলিন পাৰ্কত এই খেল খেলিছে অভিনেত্ৰী আইমীয়ে।

লেডী স্পাইদাৰ" ৰূপত অসমীয়া অভিনেত্ৰীঃ পিছে কোননো এই "লেডী স্পাইদাৰ"? 2


আপোনালোকক জনাই থওঁ যে অসমীয়া চলচিত্ৰ জগতলৈ আহিবলগীয়া দুখন ছবি ক্ৰমে “যাযাবৰ” আৰু “অন্বেষণ” ত দেখিবলৈ পোৱা যাব আইমী বৰুৱাক।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform