Rupaliparda.com
"ডবংগ ৩" লৈ আগমন "ডবংগ" প্ৰীতিৰঃ 1

“ডবংগ ৩” লৈ আগমন “ডবংগ” প্ৰীতিৰঃ

ছলমান খানৰ আগন্তুক ছবি “ডবংগ ৩” দেখিবলৈ পোৱা যাব অভিনেত্ৰী প্ৰীতি জিন্টাকো। ছবিখনৰ ট্ৰেইলাৰে দৰ্শকক উৎসাহী কৰি তোলাৰ লগতে এইবাৰ প্ৰীতি জিন্টাৰ অভিনয়ো দেখিবলৈ পোৱা যাব ছবিখনত।

https://www.instagram.com/p/B4RkaclgBVC/?utm_source=ig_web_copy_link


আছলতে, প্ৰীতি জিন্টাই নিজ ইনষ্টাগ্ৰাম একাউন্টত এখন ফটো আপলোড কৰে; য’ত তেওঁক এগৰাকী আৰক্ষী বিষয়াৰ ৰূপত দেখিবলৈ পোৱা গৈছে। উক্ত ফটোখনত প্ৰীতি জিন্টাৰ সৈতে চুলবুল পাণ্ডেৰ চৰিত্ৰ ৰূপায়ন কৰা ছলমান খানকো দেখিবলৈ পোৱা গৈছিল।

"ডবংগ ৩" লৈ আগমন "ডবংগ" প্ৰীতিৰঃ 2


ফটোখনত দিয়া প্ৰীতি জিন্টাৰ কেপছনৰ দ্বাৰাও “ডবংগ ৩” ত অভিনেত্ৰী গৰাকীৰ আগমনৰ কথা ধৰিব পৰা গৈছে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.