Rupaliparda.com
"মই ডাইটত আছিলো, কিন্তু অসমলৈ আহি ডাইট ভাঙি দিলো"- পৰিচালক মধুৰ ভণ্ডাৰকাৰ 1

“মই ডাইটত আছিলো, কিন্তু অসমলৈ আহি ডাইট ভাঙি দিলো”- পৰিচালক মধুৰ ভণ্ডাৰকাৰ

প্ৰথমবাৰৰ বাবে গুৱাহাটীত উপস্থিত বলীউডৰ “পেজ ৩”, “ফেশ্বন” আদি জনপ্ৰিয় ছবিৰ পৰিচালক মধুৰ ভণ্ডাৰকাৰ। তৃতীয় সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱত উপস্থিত হয় বলীউডৰ জনপ্ৰিয় পৰিচালক মধুৰ ভণ্ডাৰকাৰ। উপস্থিত হৈয়ে নিজৰ খাদ্যৰ ৰুটিন সলনি কৰিলে পৰিচালক গৰাকীয়ে। তিলৰ বিভিন্ন ব্যঞ্জনৰ লগতে তেওঁ উপভোগ কৰিলে গুৱাহাটীৰ ফুচকা।

"মই ডাইটত আছিলো, কিন্তু অসমলৈ আহি ডাইট ভাঙি দিলো"- পৰিচালক মধুৰ ভণ্ডাৰকাৰ 2


ইয়াৰ উপৰিও, বিভিন্ন দিশৰ পৰা পৰিচালক গৰাকীয়ে অসমক প্ৰশংসা কৰাৰ লগতে অসমৰ ঠাইত চলচ্চিত্র নিৰ্মাণৰ বাবেও চিন্তা চৰ্চা কৰা বুলি তেওঁ জানিবলৈ দিয়ে। পৰিচালক মধুৰ ভণ্ডাৰকাৰৰ মুখেৰেই শুনক এই কথাঃ

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.