Rupaliparda.com
জি.আই.এফ.এফত উপস্থিত আদিল হুচেইনে প্ৰশংসা কৰিলে অসমীয়া ছবিকঃ 1

জি.আই.এফ.এফত উপস্থিত আদিল হুচেইনে প্ৰশংসা কৰিলে অসমীয়া ছবিকঃ

তৃতীয় গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ উদ্ধোধনী অনুষ্ঠানত উপস্থিত থাকে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ গৌৰৱ জনপ্ৰিয় অভিনেতা আদিল হুচেইন। তেওঁ অসমীয়াক অসমীয়া ছবি চাবলৈ অনুৰোধ কৰাৰ লগতে কয় যে, বৰ বেছি মাৰ-পিট কৰা ছবিতকৈ ৰীমা দাসে বনোৱাৰ নিচিনা ছবি চাব লাগে।

জি.আই.এফ.এফত উপস্থিত আদিল হুচেইনে প্ৰশংসা কৰিলে অসমীয়া ছবিকঃ 2
জি.আই.এফ.এফত উপস্থিত আদিল হুচেইনে প্ৰশংসা কৰিলে অসমীয়া ছবিকঃ 3


ইয়াৰ উপৰিও, অভিনেতা গৰাকীয়ে “ৰত্নাকৰ” ক উদ্দেশ্যিও মন্তব্য প্ৰদান কৰে সংবাদ মাধ্যমক। ” বন্ধু” যতীনৰ এই সফলতাত সুখী যদিও বৰ্তমানলৈ “ৰত্নাকৰ” চোৱাৰ সুবিধা অৰ্জন কৰা নাই বুলিও জানিবলৈ দিয়ে অভিনেতা গৰাকীয়ে। তলৰ লিংকটোত ক্লিক কৰি চাওঁক অভিনেতা আদিল হুচেইনৰ বক্তব্যঃ

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform