Rupaliparda.com
"CAB" ৰ বিৰোধিতাত নামিলে চিলেব্ৰটীওঃ 1

“CAB” ৰ বিৰোধিতাত নামিলে চিলেব্ৰটীওঃ

নিজ জাতি, মাতি, ভেঁটি ৰক্ষাৰ স্বাৰ্থত উঠি পৰি লাগিছে সমগ্ৰ দেশৰ জনসাধাৰণৰ লগতে অসমীয়া শিল্পী জগতৰ প্ৰায় প্ৰত্যেকজন শিল্পী। সকলো আগবাঢ়িছে আহিছে দেশ ৰক্ষা স্বাৰ্থত। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি প্ৰতিবাদী কন্ঠৰে প্ৰত্যেকজন অসমীয়া আগবাঢ়ি আহিছে।

"CAB" ৰ বিৰোধিতাত নামিলে চিলেব্ৰটীওঃ 2


অসমীয়া শিল্পী সকলেও জনসাধাৰণক এক গোট কৰিবলৈ চচিয়েল মিডিয়াত বিভিন্ন ধৰণে পোষ্ট কৰাও দেখিবলৈ পোৱা গৈছে। চাওঁচোন আহকঃ

"CAB" ৰ বিৰোধিতাত নামিলে চিলেব্ৰটীওঃ 3
"CAB" ৰ বিৰোধিতাত নামিলে চিলেব্ৰটীওঃ 4
"CAB" ৰ বিৰোধিতাত নামিলে চিলেব্ৰটীওঃ 5
"CAB" ৰ বিৰোধিতাত নামিলে চিলেব্ৰটীওঃ 6
"CAB" ৰ বিৰোধিতাত নামিলে চিলেব্ৰটীওঃ 7

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform